--°C
Loading...
Listen to Article
2 min read
80%
১৮ মাৰ্চ,২০২২,শুকুৰবাৰ মেষ ৰাশি – দিনটো শুভ। পৰিয়ালৰ যতন লওক৷ বন্ধুৰ সৈতে সম্পৰ্ক উন্নত ৷প্ৰেমৰ ক্ষেত্ৰত দিনটো ভাল।সংগীৰ সৈতে লগ হৈ কোনো ভাল সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। প্ৰেমৰ প্ৰস্তাৱ পাব পাৰে। বৃষ ৰাশি – ধন উপাৰ্জনৰ ক্ষেত্ৰত দিনটো শুভ৷ কৰ্ম জীৱনত সুনাম৷ আজি সকলো অশান্তিৰ কাৰণ দূৰ হʼব৷জীৱনসংগীৰ কোনো কথাই মনত কষ্ট দিব পাৰে। সন্তানৰ শুভ। মিথুন ৰাশি – কাৰ্যালয়ত প্ৰশংসা পাব। নতুনকৈ কোনো পৰিকল্পনা নকৰিব৷ প্ৰকৃত প্ৰেমৰ বিশ্বাস নেহেৰুৱাবলৈ যত্ন কৰিব। জীৱনসংগীৰ সৈতে সম্পৰ্ক উন্নত। কৰ্কট ৰাশি- কৰ্ম জীৱনত পদোন্নতি হʼব। সুনাম বৃদ্ধি৷ জীৱনসংগী অথবা প্ৰেমাস্পদৰ কোনো কথাই মনত দুখ দিব পাৰে। ঘৰুৱা সমস্যা বাঢ়িব পাৰে। সিংহ ৰাশি – কিছু চিন্তাত পাৰ হব দিনটো। প্ৰেমিক-প্ৰেমিকাৰ মাজত মনোমালিন্য। বন্ধুৰ সৈতে হোৱা সংযোগত আনন্দ লাভ কৰিব৷ ভাল খবৰ লাভৰ সম্ভাৱনা৷ কন্যা ৰাশি- প্ৰেমত শুভ৷ পৰিয়ালৰ সৈতে ভ্ৰমণ হʼব পাৰে৷ পৰিয়ালৰ আনন্দ৷ উপহাৰো পোৱাৰ সম্ভাৱনা। ব্যৱসায়ত লাভ। তুলাৰাশি – প্ৰেম-ৰোমাঞ্চেৰে ভৰা হব দিনটো। স্বাস্থ্যত মনোযোগ দিয়ক। ব্যৱসায়ত ক্ষতি। কাৰ্যালয়ত অশান্তি। বৃশ্চিক ৰাশি – বিবাহৰ খবৰ আহিব পাৰে। যুক্তিৰে সকলো কথা বিবেচনা কৰক৷ প্ৰেমাস্পদৰ সৈতে যাত্ৰাৰ সম্ভাৱনা। স্বামী-স্ত্ৰীৰ সম্পৰ্কৰ মাজত মধুৰতা আহিব। ধনু ৰাশি – কোনো কথাই আমনি কৰিব। স্বামী স্ত্ৰীৰ মাজত কোনো ভুল বুজাবুজি হব পাৰে, কিছু সাৱধানে কথা বতৰা হব। ব্যৱসায়ত লাভ হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব৷ মকৰ ৰাশি- মূৰৰ বিষ হব। জীৱনত কোনো বিশেষ ব্যক্তিৰ আগমনৰ সম্ভাৱনা। স্বামী স্ত্ৰীৰ মাজত কিছু সমস্যা আহিব পাৰে। কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব৷ লক্ষ্যত সফল৷ কুম্ভ ৰাশি – দিনটো কিছু খেলিমেলি হ’ব পাৰে৷ স্বাস্থ্যৰ যতন লওক৷ প্ৰেমৰ ক্ষেত্ৰত দিনটো মধ্যমীয়া। স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক মধুৰ হব। পৰাপক্ষত অন্য লোকৰ পৰামৰ্শ গ্ৰহণ নকৰিব। মীন ৰাশি – দিনটো শুভ। বিবাহৰ কথা আগবাঢ়িব। প্ৰেমৰ বাধা আঁতৰ হব। কর্মত মনোযোগ দিয়ক৷ নতুন পৰিকল্পনা নকৰিব৷ জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰক৷ Prag Cine Awards

FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ