--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলোৱে নিজৰ জীৱন প্ৰেম-ৰোমাণ্টিকতাৰে পৰিপূৰ্ণ হোৱাতো বিচাৰে। আপুনি বাৰু জানেনে পৃথিৱীৰ আটাইতকৈ ৰোমাণ্টিক মানুহ ক'ত বাস কৰে। এক সমীক্ষাত প্ৰকাশ পাইছে যে স্কটলেণ্ডত বিশ্বৰ আটাইতকৈ ৰোমাণ্টিক মানুহ বাস কৰে। স্কটলেণ্ডৰ লোকসকলক পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ প্ৰেমিক হিচাপে গণ্য কৰা হৈছে। এই সমীক্ষাত ধৰা পৰিছে যে এটা বছৰত ৰোমাণ্টিক ট্ৰিপত বেছিকৈ স্কটিছ লোকসকল যায়। 


এইক্ষেত্ৰত স্কটলেণ্ড ৪৩ শতাংশ পইণ্টৰ সৈতে তালিকাৰ শীৰ্ষত আছিল। ৩০ শতাংশ পইণ্টৰ সৈতে ৱেলছ অন্তিম স্থানত আছিল। 

ৰোমাণ্টিক ক্ষেত্ৰত শীৰ্ষ-১০ত স্থানপ্ৰাপ্ত দেশবোৰৰ নাম হৈছে- 

১)স্কটলেণ্ড (৪৩%) 
২)ইটালী (৪১%)
৩) ফ্ৰান্স (৩৮%) 
৪) ইংলেণ্ড(৩৭%)
৫) স্পেইন(৩৫%) 
৬)আমেৰিকা (৩৪%)
৭)পৰ্তুগাল(৩২%) 
৮)আয়াৰলেণ্ড (৩১%) 
৯)ছুইডেন(৩১%) আৰু 
১০)ৱেলছ (৩০%)। 

উল্লেখ্য যে এই সমীক্ষাত প্ৰথম ১০টা স্থানত এছিয়াৰ এখন দেশেও স্থান পাবলৈ সক্ষম নহ'ল।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ