--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিভিন্ন সময়ত নুছৰত জাহান বিতৰ্কৰ আৱৰ্তত থাকে।  কিন্তু তেওঁ সকলো বিতৰ্কই এৰাই চলে। তেওঁ কেৱল নিজক লৈয়ে যেন ব্যস্ত হৈ থাকে। নুচৰতে ইতিবাচকতাক নেতিবাচকতাৰ কথা চিন্তা নকৰাকৈ জীৱনৰ মন্ত্ৰ নিজে তৈয়াৰ কৰি লৈছে। অৱশ্যে, অভিনেত্ৰীগৰাকীয়ে অলপতে তেওঁৰ ছ'চিয়েল মিডিয়াত এটা ৰিল ভিডিঅ' শ্বেয়াৰ কৰিছে আৰু ভিডিঅ'টো চোৱাৰ পাছৰে পৰা সমালোচনাৰ ধুমুহা আহিছে। নুছৰত জাহানৰ বহুতো অনুৰাগীয়ে তাইৰ এই ভিডিঅ'টো দেখি হতবাক হৈছিল।

কিন্তু এই ভিডিঅ'টোত তেনেকুৱা কি আছিল? অভিনেত্ৰীগৰাকীয়ে এটা ৰীল বনাই য'ত তাইৰ ওঁঠ স্বাভাৱিকতকৈ বহুত ডাঙৰ দেখা গৈছে। এয়া সাধাৰণতে অস্ত্ৰোপচাৰ দ্বাৰাহে সম্ভৱ বুলি একাংশই কয়। এজন নেটিজেনে মন্তব্য কৰিছিল, 'এইটো ওঁঠ নহয় এটা বেলুন হে!', আনহাতে কোনোবাই লিখিছিল, 'বিষাক্ত ওঁঠ'। কোনোবাই পুনৰ লিখিলে, কি ওঁঠ বাপ ৰে! ছ'চিয়েল মিডিয়াত ফিল্টাৰ ব্যৱহাৰ কৰি ওঁঠবোৰ ইমান ডাঠ কৰিব পাৰি। নুছৰত জাহানে এই কামো কৰিছিল বুলি চৰ্চা হৈছে।

অৱশ্যে, তাৰ আগতে, নুচৰতে তাইৰ ওঁঠক লৈ যথেষ্ট সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছিল। যেতিয়া নুছৰতৰ পুত্ৰ ঈশানৰ জন্ম হৈছিল, অভিনেত্ৰীগৰাকীয়ে চিকিৎসালয়ত নিজৰ কেইবাখনো ফটো দিছিল, তেওঁ ওঁঠক লৈ তেতিয়াও যথেষ্ট সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছিল। কিন্তু  তাৰকা সাংসদগৰাকীয়ে এই সকলোবোৰৰ প্ৰতি কোনো ধৰণৰ প্ৰতি মনোযোগ নিদি বিষয়টোৰ পৰা এৰাই চলিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ