--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি ভূত বিশ্বাস কৰে নেকি? যদি আপুনি বিশ্বাস কৰে তেন্তে আপুনি নিশ্চয় ৰাজস্থানৰ দৌছা জিলাত অৱস্থিত মেহান্দীপুৰ বালাজী মন্দিৰৰ বিষয়ে জনাতো প্ৰয়োজন।


আপনি কি ভূতে বিশ্বাস করেন? যদি বিশ্বাস করে থাকেন তাহলে অবশ্যই রাজস্থানের দৌশা জেলার মেহেন্দিপুর বালাজি মন্দির সম্পর্কে আপনার জানা উচিত।
এই মন্দিৰলৈ আহি আচলতে আপুনি ভূতো দেখা পাব পাৰে! মন্দিৰত আকৌ কিহৰ ভূত! হয়, আপুনি ঠিকেই ভাৱিছে। এই মন্দিৰৰ কিছুমান অদ্ভুত ঘটনাই আপোনাক আচৰিত কৰি তুলিব। ভাৰতৰ এইটোৱেই একমাত্ৰ মন্দিৰ য'ত ডাকিনি বিদ্যাৰ চৰ্চা কৰা হয়। কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হয় যে মন্দিৰত এনে কিয় হয়?

এই মন্দিরে এলে নাকি সত্যি ভূতেদের দেখা মেলে! কিন্তু কোথাও একটু হিসেবে ভুল হচ্ছে না? মন্দির আবার ভূত! হ্যাঁ ঠিকই শুনছেন। এই মন্দিরের কিছু অদ্ভুত ঘটনা আপনাকে শিহরিত করবেই। এটি ভারতের একমাত্র মন্দির যেখানে করা হয় ডাকিনি বিদ্যার চর্চা। কিন্তু এখন প্রশ্ন হল মন্দিরের মধ্যেই কেন এসব হয়?

মানুহৰ বিশ্বাস যে দুৰ্বল হৃদয়ৰ ব্যক্তি যদি এই মন্দিৰত প্ৰৱেশ কৰে তেন্তে তেওঁ সুস্থ হৈ উভতে। প্ৰতিদিনে হাজাৰ হাজাৰ লোক এই মন্দিৰ দৰ্শন কৰিবলৈ আহে। কিন্তু গোটেই মন্দিৰৰ ভ্ৰমণ সম্পূৰ্ণ কৰাৰ আগতেই ভয় খাই তাৰ পৰাই গুচি যায়। এই মন্দিৰত মুঠ ৩ টা মূৰ্তি পূজা কৰা হয়, বজৰংগবলী, প্ৰেট ৰাজ আৰু কাল ভৈৰৱ।

মানুষের বিশ্বাস এই মন্দিরে দুর্বল হৃদয়ের মানুষ প্রবেশ করলে সে আর সুস্থ হয়ে ফেরে না। প্রতিদিন হাজার হাজার মানুষ এই মন্দিরে দর্শনের জন্য যান। তবে গোটা মন্দির পরিক্রমা করার আগেই ভয়ে সেখান থেকে বেরিয়ে আসেন। এই মন্দিরে মোট ৩টি বিগ্রহের পুজো করা হয়, বজরঙ্গবলি, প্রেত রাজ এবং কাল ভৈরব।

মানুহে বিশ্বাস কৰে যে কোনোবাই যদি কোনো ভূত বা অশুভ শক্তিত আৱদ্ধ হৈ পৰা লোকক যদি এই মন্দিৰলৈ অনা হয়, তেন্তে তেওঁ সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰিব। এই মন্দিৰ কমপ্লেক্সটোৰ চাৰিওফালে আহি আপুনি বৰ্তমানৰ অস্তিত্বৰ কথা পাহৰি যাব এনে লাগিব যেন আন এখন পৃথিৱীলৈ আহিছে। ভয়ংকৰ পৰিৱেশ চাৰিওফালে চিঞৰ-বাখৰ, কান্দোন আৰু ভয়ংকৰ শব্দ।

মানুষের বিশ্বাস, কারও ওপর কোন অশরীরী আত্মা বা অশুভ শক্তি ভর করলে এই মন্দিরে তাকে নিয়ে এলে সে সম্পূর্ণ সুস্থ হয়ে ওঠে। এই মন্দির চত্বরের আশপাশে এলেই আপনি বর্তমান অস্তিত্বের কথা ভুলেই যাবেন। যেন এক অন্য জগতে আপনি প্রবেশ করেছেন। চারিদিকে আর্তনাদ, কান্না ও ভয়ঙ্কর শব্দ সব মিলিয়ে এক গা ছমছমে পরিবেশ।

আন মন্দিৰৰ নিচিনাকৈ এই মন্দিৰত ফুল আৰু ফলৰ প্ৰসাদ নাই। এই মন্দিৰত প্ৰৱেশ কৰাৰ আগতে ক’লা ৰঙৰ এটা বস্তু কঢ়িয়াই নিব লাগে। যিটো মন্দিৰৰ ভিতৰত  জ্বলি থকা জুইত অৰ্পন কৰিব লগা হয় । মন্দিৰৰ পৰা ওলাই আহোঁতে পিছফালৰ পৰা কোনোবাই মাতিলে পিছলৈ ঘূৰি নাচাবলৈ বুলিও প্ৰথা আছে। কেৱল এই ভূলৰ বাবে হয়তো আপোনাৰ অৰীৰীৰ হাতত মৃত্যুও হ’ব পাৰে ৷

অন্যান্য মন্দিরের মতো এই মন্দিরে নেই কোনও ফুল ও ফল প্রসাদ। এখানে মন্দিরে প্রবেশের আগে এক কালো রঙের বলের  মতো জিনিস নিয়ে ঢুকতে হয়। যেটি মন্দিরের ভিতরে সব সময় জ্বলতে থাকা আগুনে ফেলে আসতে হয়।

মন্দিৰত প্ৰৱেশ কৰাৰ লগে লগে খুঁটাত ডাঠ শিকলিৰে বান্ধি থোৱা বহুতো মহিলা, পুৰুষ আৰু শিশুক দেখা পাব। নিৰ্দয়ভাৱে মাৰপিট কৰি লাঠিৰে কোবাই তেওঁলোকক। মন্দিৰৰ ভিতৰত কাৰোবাক কিয় এনে কৰিছে বুলি সোধা নিষেধ।

মন্দিরে প্রবেশ করার পরেই দেখবেন বহু নারী, পুরুষ, শিশু ঘরের পিলারে মোটা চেন দিয়ে বাঁধা অবস্থায় রয়েছে। এদের বীভৎসভাবে ঝাঁটা ও লাঠি দিয়ে মারা হচ্ছে। কেন এমন করছে, সে কথা ভিতরে কাউকে জিজ্ঞেস করা নিষেধ।

উল্লেখ্য যে তেওঁলোকৰ শৰীৰৰ পৰা অশুভ শক্তিৰ প্ৰভাৱ আঁতৰাবলৈ এইবোৰ কাৰ্য কৰা হয়। এই সকলোবোৰ দেখি আপুনি কেইমুহূৰ্তমানৰ বাবে থমকি ৰ’ব, আনকি চকুলোও আহিব পাৰে। বহু ভক্তই প্ৰতিদিনে এই মন্দিৰত এনে ভয়াবহ অভিজ্ঞতাৰ সন্মুখীন হ’বলগীয়া হয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
Advertisement