--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এখন উজ্জ্বল মুখৰ গৰাকী হ’বলৈ সকলোৱে বিচাৰে! দাগবিহীন এখন মুখৰ সপোন সকলোৰে থাকে৷ এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো কাৰণ নাই৷ মুখৰ দাগৰ বাবে আপুনি আৰু উদ্বিগ্ন হোৱাৰো প্ৰয়োজন নাই৷ ছালৰ সমস্যাৰ সমাধান কৰিবলৈ গৱেষকে পোহৰলৈ আনিছে নতুন তথ্য৷ যদি আপুনি নিমখপানী ব্যৱহাৰ কৰে, আপুনি আকৰ্ষণীয় চেহেৰাৰ গৰাকী হ’ব পাৰিব৷

ছালৰ সমস্যা সমাধান:
নিমখপানীয়ে ছালৰ প্ৰাকৃতিক উজ্জ্বলতা বজাই ৰাখে৷ মুখখন নিমখপানীৰে ধুলে প্ৰাকৃতিক উজ্জ্বলতা দেখা যায়৷ ফলস্বৰূপে মুখৰ দাগবোৰ ক্ৰমশঃ আঁতৰিবলৈ আৰম্ভ কৰে৷ মুখ ধোৱাৰ বাবে মুখখন নিমখ পানীৰে ধুৱাটো অতি কাৰ্যকৰী পদক্ষেপ হিচাপে বিবেচিত হৈছে৷ 

মুখমণ্ডলৰ সৰ্বশ্ৰেষ্ঠ যত্ন ল’বলৈ আপুনি কি কৰিব?

প্ৰথমে চাৰি কাপ পানী লওক আৰু ২০ মিনিটৰ বাবে উতলাওক, তাৰ পাছত পানীখিনিক এয়াৰটাইট বাকচত ৰাখক আৰু একে সময়তে ২ চামুচ অনা-আয়ডিন নিমখ দিয়ক।

ব্যস্ত জীৱনত জীৱনপ্ৰণালী ক্ৰমান্বয়ে জটিল হৈ গৈ আছে। অস্বাস্থ্যকৰ ধোঁৱাৰ ফলত অত্যাধিক পৰিমাণৰ প্ৰদূষণে জীৱনক প্ৰভাৱিত কৰে। এই সময়ত মুখখন পৰিষ্কাৰ কৰি ৰখাটো অতি জৰুৰী।

যেতিয়া পানীৰ সৈতে নিমখ সম্পূৰ্ণৰূপে মিহলি হয় আৰু পানীখিনি লাহে লাহে ঠাণ্ডা হয়, তেতিয়া মুখখন সেই পানীৰে ধুব লাগে। নিমখপানীয়ে প্ৰাকৃতিকভাৱে বেক্টেৰিয়া শোষণ কৰে। ই ব্ৰণৰ সমস্যাটো নাইকিয়া কৰিব।

মুখখন নিমখপানীৰে ধুব পাৰিলে খহটা ছালৰ পৰা সকাহ পাব পাৰি৷ ফলস্বৰূপে জীৱনপ্ৰণালী অতি সুন্দৰ হৈ পৰে৷ ইয়াৰ একমাত্ৰ কাৰণ হৈছে নিমখত কেলচিয়াম, পটাছিয়াম, মেগনেছিয়ামৰ মাত্ৰা অতি বেছি৷ 

মুখখন নিমখ পানীৰে ধুলে মুখৰ সকলো দাগ আঁতৰ হয়। ফলস্বৰূপে মৃত ছালৰ পৰা পৰিত্ৰাণ পোৱাটো অতি সহজ হৈ পৰে। 

নিমখপানী হৈছে এটা ফালৰ প্ৰাকৃতিক ডিটেক্সিফাইকেট। ছালৰ পৰা বেক্টেৰিয়া আঁতৰ কৰাত নিমখপানীয়ে সহায় কৰে। এনে অভ্যাসে ছালখন দীঘলীয়া সময়ৰ বাবে স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে৷
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ