--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ৰিয়েলিটি শ্ব'ৰ পৰিচালক তথা কৌতুক অভিনেত্ৰী  ভাৰতী সিঙে গৰ্ভৱতী অৱস্থাতো বহুতো অনুষ্ঠান  পৰিচালনা কৰিছিল৷ স্বামী হৰ্ষ লিম্বাচিয়াৰ সৈতে  আৰু দূৰদৰ্শনৰ পৰ্দাত মানুহক হাঁহিবলৈ বাধ্য কৰিছিল৷  এপ্ৰিল মাহত এটি পুত্ৰৰ মাতৃ হৈছিল। মাতৃ হোৱাৰ আগতে, মাজে মাজে উপবাস ৰখাৰ লগতে ১৭  ঘণ্টা উপবাস কৰি তেওঁ ১৫  কিলোগ্ৰাম ওজন হ্ৰাস কৰিছিল। আনকি এটা সন্তান জন্ম দিয়াৰ পাছতো, ভাৰতীয়ে বেছি ওজন বৃদ্ধি হ'বলৈ নিদিলে।তেওঁ  সন্ধিয়া ৭ বজাৰ পিছত কোনো ধৰণৰ আহাৰ গ্ৰহণ কৰা নাছিল৷ আনকি পিছদিনা দুপৰীয়া ১২ বজালৈকে উপবাস কৰিছিল। এনেদৰেই মন তেওঁ ওজন হ্ৰাস কৰিছিল৷ 

কেৱল ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ ব্যায়াম কৰাৰ প্ৰয়োজন নাই।আপুনি অস্বাস্থ্যকৰ খাদ্যাভ্যাস ত্যাগ কৰিব লাগিব। শেহতীয়াকৈ, বহুলোকে সোনকালে ওজন হ্ৰাস কৰিবলৈ মাজে মাজে উপবাসৰ ওপৰত নিৰ্ভৰ কৰি আছে। এই আহাৰত খাদ্যৰ ওপৰত খুব কঠোৰ প্ৰতিবন্ধকতা নাই। অৱশ্যে, এই ক্ষেত্ৰত শৰীৰৰ বাবে প্ৰয়োজনীয় খাদ্য দিনত ছয়ৰ পৰা আঠ ঘণ্টাৰ ভিতৰত খাব লাগিব। আৰু বাকী সময় অৰ্থাৎ ১৪ ৰ পৰা ১৬ঘণ্টা উপবাসত কটাব লাগিব।

এনেদৰে আহাৰ গ্ৰহণ  কৰিলে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত থাকে, কলেষ্টেৰল হ্ৰাস হয়, আৰু শৰীৰো ভাল হয়। এক নিৰ্দিষ্ট সময়ত এক নিৰ্দিষ্ট পৰিমাণৰ খাদ্য খোৱাটোৱে বিপাকীয় হাৰ সঠিক ৰাখে। ফলস্বৰূপে, ওজনও নিয়ন্ত্ৰণত থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত