--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শ্ৰীমদ্ভাগৱত গীতা হিন্দুধৰ্মৰ পবিত্ৰ গ্ৰন্থ। ধৰ্মীয় বিশ্বাস অনুসৰি গীতা হৈছে ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক দিয়া শিক্ষা। গীতাৰ ১৮টা অধ্যায় আৰু ৭০০টা পদ আছে যিবোৰৰ অতি গুৰুত্ব আছে। ইয়াৰ ভিতৰত আত্মা, ঈশ্বৰ, ভক্তি, কৰ্ম আৰু জীৱনৰ কথা বৰ্ণনা কৰা হৈছে যিবোৰ কথা মানৱ জীৱনৰ বাবে আজিও সমানেই প্ৰাসংগিক।

গীতা পাঠৰ লাভালাভ-
১. ধনাত্মক শক্তি:-শ্ৰীমদ্ভাগৱত গীতা আবৃত্তি কৰিলে সকলো ধৰণৰ নেতিবাচকতা জীৱনৰ পৰা আঁতৰি গৈ ধনাত্মক শক্তি সঞ্চাৰিত কৰে। নিয়মীয়াকৈ গীতা পাঠ কৰিলে আত্মবিশ্বাস বৃদ্ধি পায় আৰু ব্যক্তিজনে নিজৰ লক্ষ্যত অতি সহজেই উপনীত হ’ব পাৰে।
২. ক্ৰোধ হ্ৰাস হয়:-যি মানুহৰ খং বেছি তেওঁলোকে গীতা পাঠ কৰিলে সুফল লাভ কৰিব। গীতা পাঠ কৰি এজন লোকৰ খং, লোভ আৰু মোহৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰে আৰু জীৱনটো সুন্দৰ ৰূপত গঢ় দিব পাৰে।
৩. শান্ত স্বভাৱৰ হয় :-দৈনিক গীতা পাঠে মানুহৰ জীৱনত শান্তি আহে। কোনো কামতে খৰখেদা নকৰে আনকি প্ৰতিকূল পৰিস্থিতিকো শান্তভাৱে চম্ভালিব পাৰে।

গীতা পাঠৰ সঠিক নিয়ম-
১) গীতা সদায় পুৱা পাঠ কৰা উচিত। কাৰণ পুৱা মনটো শান্ত আৰু ইতিবাচক শক্তি
২) মনত ৰাখিব যে সদায় গা ধোৱাৰ পাছতহে গীতা পাঠ কৰা উচিত। এই সময়ত আপোনাৰ মনটো সম্পূৰ্ণ শান্ত হৈ থাকে।
৩) গীতা পাঠ কৰাৰ সময়ত বেছি কথা উচিত নহয় আৰু বাৰে বাৰে স্থান সলনি কৰাটো অনুচিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ