--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : চলিত বৰ্ষৰ ২৪ মে’ত ২০০৩ MH4 গ্ৰহাণু পৃথিৱীৰ অতি ওচৰেৰে পাৰ হ’ব। এই ভৱিষ্যদ্বাণী কৰিছে নাছাৰ জেট প্ৰপালচন লেবৰেটৰীয়ে। ২৪ মে’ হ’ব সেই দিনটো। এই গ্ৰহাণুটো ‘সম্ভাৱ্য বিপজ্জনক গ্ৰহাণু’ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে। যাৰ বাবে বিশেষ সতৰ্কবাণী জাৰি কৰা হৈছে। জানিব পৰা মতে ইতিমধ্যে পৃথিৱীৰ কাষ চাপিছে Asteroid 2003 MH4 নামৰ এটা মহাজাগতিক গ্ৰহাণু। 

১৫০ মিটাৰতকৈ ডাঙৰ আৰু ৭৫ লাখ কিলʼমিটাৰতকৈ কম দূৰত্বৰে পাৰ হোৱা যিকোনো বস্তুকে নাছাই সম্ভাৱ্য বিপজ্জনক বুলি গণ্য কৰে। যদি এই গ্ৰহাণুটোৱে পৃথিৱীত খুন্দা মাৰে তেন্তে ধ্বংস অনিবাৰ্য।এই বৃহৎ আকাৰৰ গ্ৰহাণুটোৰ প্ৰস্থ প্ৰায় ৩৩৫ মিটাৰ। নাছাই জনোৱা মতে, এই গ্ৰহাণুটো ২০২৫ চনৰ ২৪ মে’ত পৃথিৱীৰ ওচৰৰ পৰা পাৰ হ’ব।‌ দ্ৰুতবেগী এই গ্ৰহাণুটোৰ গতি প্ৰতি ছেকেণ্ডত ১৪ কিলʼমিটাৰ।

গ্ৰহাণুটোৱে পৃথিৱীৰ পৰা ৬.৬৮ লাখ কিলʼমিটাৰ দূৰত্ব অতিক্ৰম কৰিব বুলি নাছাই জানিবলৈ দিয়ে।

এই গ্ৰহাণুটো এপ’ল’ গোটৰ অংশ। এপ’ল’ গোটৰ গ্ৰহাণুবোৰৰ সংখ্যা ২১ হাজাৰৰো অধিক, আৰু ইয়াৰে বহুতৰে ভৱিষ্যতে সংঘৰ্ষৰ আশংকা আছে।

উল্লেখযোগ্য যে এই গ্ৰহাণুটোৱে ৪১০ দিনৰ মূৰে মূৰে এবাৰ সূৰ্যক প্ৰদক্ষিণ কৰে।
 
উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ