--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ বহু মানুহৰ ঘৰত ৰন্ধা-বঢ়াৰ পিছত প্ৰায়ে গৰম তাৱাত পানী ঢালি ঠাণ্ডা কৰি ৰখা হয়। আপুনিও তেনে কৰে নেকি? যদি আপুনিও তেনে কৰে তেন্তে আপুনি এটা বৰ ডাঙৰ ভুল কৰি আছে। এই সন্দৰ্ভত বাস্তুশাস্ত্ৰই কি কয়? এনে কৰিলে আপোনাৰ জীৱনত কেনে প্ৰভাৱ পৰে? আজি এই বিষয়ে আমি আপোনাক বিতংভাৱে ক’ম।

বাস্তুশাস্ত্ৰৰ মতে গৰম তাৱাত পানী ঢালিলে পৰিয়ালটোৰ বাবে বহু সমস্যাৰ সৃষ্টি হয়। ইয়াৰ ফলত ঘৰৰ অৰ্থনৈতিক সমৃদ্ধিৰ ওপৰত প্ৰভাৱ পৰে আৰু লগতে স্বাস্থ্যজনিত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। গৰম তাৱাত পানী ঢালি কি কি দুৰ্যোগৰ সন্মুখীন হ’বলগীয়া হয় জানো আহক-

১)ঘৰৰ সুখ আঁতৰি যায়। গৰম তাৱাত পানী ঢালিলে ঘৰৰ সুখ-সমৃদ্ধি দূৰ হৈ যায়। সেইবাবেই এনে কাম কেতিয়াও নকৰিব।

২)গৰম তাৱাত পানী ঢালিলে তাৰ পৰা এটা শব্দ হয়। এনে শব্দই নেতিবাচকতাৰ সৃষ্টি কৰে। অৰ্থাৎ ই ঘৰত নেতিবাচকতা আনে।

৩)গৰম তাৱাত পানী ঢালিলে কেতিয়াবা ধাৰাসাৰ বৰষুণ হয়, যাৰ ফলত মানুহে বহুত কষ্ট ভুগিবলগীয়া হয়।

৪)গৰম তাৱাত পানী ঢালিলে বহু সমস্যা ঘৰত প্ৰৱেশ কৰে। যাৰ ফলত ঘৰৰ সমৃদ্ধি কমি যায়।

৫)ধৰ্মীয় গ্ৰন্থত কোৱা হৈছে যে পাকঘৰত কেৰাহী, তাৱা কেতিয়াও ওলোটাকৈ ৰাখিব নালাগে। এই কাম কৰিলে নেতিবাচকতা পৰিয়ালত প্ৰৱেশ কৰে। ৰুটী বনোৱাৰ আগতে কেৰাহী বা তাৱাত নিমখ ছটিয়াই দিব লাগে। এনে কৰিলে ঘৰত কেতিয়াও খাদ্য আৰু ধনৰ অভাৱ নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ