--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হাড় সুস্থ আৰু মজবুত কৰি তোলাৰ বাবে ভিটামিন-‘ডি’ অতি প্ৰয়োজন। ভিটামিন-‘ডি’য়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু শৰীৰক ৰোগৰ পৰা দূৰত ৰাখে। শৰীৰত ভিটামিন-‘ডি’ৰ অভাৱ হোৱাটোও বহু সময়ত গম পোৱা নাযায়। যদি আপোনাৰ বহুত ভাগৰ, দুৰ্বল আৰু হাড়ৰ বিষ হয়, তেন্তে ই ভিটামিন-‘ডি’ৰ অভাৱ হব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰাটোৱেও ভিটামিন-‘ডি’ৰ অভাৱৰ ইংগিত দিয়ে। ভিটামিন-‘ডি’ৰ অভাৱত দাঁতৰ লগত জড়িত সমস্যাৰ সৃষ্টি হয়। ভিটামিন-‘ডি’ৰ দীৰ্ঘদিনীয়া অভাৱে হতাশাৰ সৃষ্টি কৰে। শৰীৰত যে ভিটামিন-‘ডি’ৰ অভাৱ, সেই কথা আপুনি কেনেকৈ চিনি পাব জানো আহক।

 ভিটামিন ডিৰ অভাৱৰ লক্ষণ-

শৰীৰত ভিটামিন-‘ডি’ৰ অভাৱৰ বাবে বহুতো সমস্যাৰ সৃষ্টি হ’বলৈ ধৰে। এই লক্ষণসমূহৰ দ্বাৰা আপুনি শৰীৰত ভিটামিন-‘ডি’ৰ অভাৱ চিনাক্ত কৰিব পাৰে। আপুনিও পৰীক্ষাৰ জৰিয়তে ভিটামিন-‘ডি’ৰ অভাৱৰ বিষয়ে জানিব পাৰে, কিন্তু ভিটামিন –‘ডি’ৰ অভাৱৰ বিষয়েও এই লক্ষণসমূহৰ দ্বাৰা বুজিব পাৰি।

 ১. ভিটামিন-‘ডি’ৰ অভাৱৰ বাবে হাড় আৰু পিঠিত বিষ হয়।

২. মানসিকভাৱে হতাশা হয়।

৩. বেছিকৈ সৰা বা পকিবলৈ আৰম্ভ কৰা, তেন্তে ই ভিটামিন-‘ডি’ৰ অভাৱৰ লক্ষণ।

৪. মাংসপেশীত বিষ অনুভৱ কৰা, তেন্তে ই ভিটামিন-‘ডি’ৰ অভাৱৰ লক্ষণ।

৫. ভিটামিন-‘ডি’ৰ অভাৱত ঘাঁ পলমকৈ শুকায়।

৬. ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হবলৈ আৰম্ভ কৰে, যাৰ বাবে সোনকালে অসুস্থ হৈ পৰে।

৭. ভিটামিন-‘ডি’ৰ অভাৱত গোটেই দিনটো অলস আৰু এলাহ অনুভৱ কৰা।

৮. শৰীৰত ভিটামিন-‘ডি’ৰ অভাৱৰ বাবে হাড়ৰ বিষৰ সমস্যা আৰম্ভ হয়।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ