--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কংগ্ৰেছ নেতা ৰাহুল গান্ধী নেচনেল হেৰাল্ড গোচৰৰ সৈতে সম্পৰ্কিত এটা ধনৰ অবৈধ সৰবৰাহৰ ইডিৰ কাৰ্যালয়ত উপস্থিত হৈছে৷ আজি ইডিৰ বিষয়াৰ সন্মুখত প্ৰদান কৰা তেওঁৰ ভাষ্য মানি লণ্ডাৰিং প্ৰতিৰোধ (পিএমএল) আইনৰ ধাৰা ৫০ৰ অধীনত লিপিবদ্ধ কৰা

সূত্ৰ অনুসৰি, এজন সহকাৰী সঞ্চালক যি গোচৰটোৰ তদন্তকাৰী বিষয়া, তেওঁ প্ৰশ্নবোৰ সুধিব আৰু এজন উপ-সঞ্চালকে প্ৰশ্নটোৰ তদাৰক কৰিব আন এজন বিষয়াই তেওঁৰ ভাষ্য লিপিবদ্ধ কৰিব। এক বিশেষ সূত্ৰৰ পৰা উপলব্ধ হোৱা ৰাহুল গান্ধীক সুধিবপৰা সম্ভাৱ্য প্ৰশ্নৰ এখন তালিকা এটি ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰিছে৷ জেৰাত ৰাহুল গান্ধীয়ে মুখামুখি বলগীয়া প্ৰশ্নকেইটা এনেধৰণৰ-

) এছচিয়েটেড জাৰ্নেল লিমিটেডত আপোনাৰ স্থিতি কি আছিল?

) আপুনি ইয়ং ইণ্ডিয়া লিমিটেডৰ সৈতে কেনেদৰে জড়িত?

) আপুনি আপোনাৰ নামত কিয় শ্বেয়াৰ ৰাখিছিল?

) আপুনি আগৰ শ্বেয়াৰহোল্ডাৰসকলৰ সৈতে বৈঠক কৰিছিল নেকি? যদি কৰা নাছিল, তেন্তে কিয়?

) কংগ্ৰেছে ইয়ং ইণ্ডিয়া লিমিটেডক ঋণ দিয়াৰ সিদ্ধান্ত কিয় লৈছিল?

) কংগ্ৰেছে নেচনেল হেৰাল্ডক কিয় পুনৰুজ্জীৱিত কৰিব বিচাৰিছিল?

) আপুনি কংগ্ৰেছে দিয়া ঋণৰ বিৱৰণ দিব পাৰিবনে?

) আপুনি এছচিয়েটেড জাৰ্নেলছ লিমিটেড আৰু নেচনেল হেৰাল্ডৰ সম্পত্তিৰ বিৱৰণ দিব পাৰিবনে?

আজি দিল্লীৰ ইডি কাৰ্যালয়ত ৰাহুল গান্ধীক - ঘণ্টাপৰ্যন্ত জেৰা চলোৱা পাৰে আৰু কাইলৈ অধিক সোধা-পোছাৰ বাবে মাতি পঠোৱা পাৰে

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ