--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে পান ২.০ ৰূপায়ণ কৰে। একে সময়তে ইপিএফঅ’ ৩.০ক পেন ২.০ ৰ সৈতে সংলগ্ন কৰাৰ প্ৰস্তুতি চলি আছে, কিন্তু প্ৰশ্ন হয় ইয়াৰ পিছত কি পৰিৱৰ্তন হ’ব? আচলতে ইপিএফঅ’ ৩.০ ৰূপায়ণৰ পিছত কৰ্মচাৰীসকলে নিজৰ পিএফত যিমান বিচাৰে সিমান ধন জমা কৰিব পাৰিব। ইয়াৰ উপৰিও এটিএমৰ পৰা পেঞ্চনৰ ধন উলিওৱাৰ ব্যৱস্থাও থাকিব।

EPFO members can now choose higher pension option | Fortune India

ইপিএফঅ’ ৩.০ ৰূপায়ণৰ পিছত কি কি সলনি হ’ব?

উল্লেখ্য যে ইপিএফঅ’ ৩.০ কাৰ্যকৰী হোৱাৰ পিছত কৰ্মচাৰীসকলে প্ৰভিডেণ্ট ফাণ্ডত মৌলিক দৰমহাৰ ১২ শতাংশ বৰঙণি আগবঢ়োৱাৰ সীমা বাতিল কৰা হ’ব। যদি এনেকুৱা হয়, তেন্তে আপুনি যিমান বিচাৰে পেঞ্চন জমা কৰিব পাৰিব। লগতে কৰ্মচাৰীয়ে পিএফত জমা হোৱা ধন এটিএমৰ পৰা উলিয়াব পাৰিব। ইয়াৰ পিছত পিএফৰ বাবে অনলাইন আৰু অফলাইন আবেদনৰ সমস্যা শেষ হ’ব।

বৰ্তমান ইপিএফঅ’ একাউণ্টধাৰীৰ মৌলিক দৰমহাৰ ১২ শতাংশ ইপিএফ একাউণ্টত জমা হয়। একেদৰে এই ধনৰাশিও নিয়োগকৰ্তাই কৰ্মচাৰীজনৰ পিএফত জমা কৰে। ইয়াৰে ৮.৩৩ শতাংশ ইপিএছ-৯৫ত যায়। একে সময়তে বাকী ৩.৬৭ শতাংশ ধন ইপিএফঅ’ একাউণ্টত জমা কৰা হয় যদিও ইয়াৰ ডাঙৰ পৰিৱৰ্তন অতি সোনকালে সম্ভৱ। অনুমান কৰা হৈছে যে চৰকাৰে অতি সোনকালে কৰ্মচাৰীসকলক পেঞ্চন বৃদ্ধিৰ বাবে ইপিএছ-৯৫ত অধিক বৰঙণি আগবঢ়াবলৈ অনুমতি দিব পাৰে। যাৰ প্ৰভাৱ পিএমৰ অৱদান বৃদ্ধিত পৰিব।

সংবাদ মাধ্যমৰ মতে পিএফ বৰঙণিৰ বাবে প্ৰযোজ্য ১২ শতাংশ সীমা চৰকাৰে আঁতৰাই পেলাব পাৰে। ইয়াৰ বাহিৰেও কৰ্মচাৰীসকলক তেওঁলোকৰ সঞ্চয় অনুযায়ী বৰঙণি দিয়াৰ বিকল্প দিয়া হ’ব। ইয়াৰ অধীনত কৰ্মচাৰীয়ে যিমান বিচাৰে সিমান পিএফ জমা কৰিব পাৰিব। অৱশ্যে দৰমহা অনুসৰি নিয়োগকৰ্তাৰ বৰঙণি নিৰ্ধাৰণ কৰা হ’ব। ইয়াৰ উপৰিও ইপিএফ একাউণ্টধাৰীক ডেবিট কাৰ্ড প্ৰদান কৰিব পাৰে । এই কাৰ্ডৰ জৰিয়তে তেওঁ এটিএমৰ পৰা পিএফৰ ধন উলিয়াব পাৰিব। পি এফত জমা ধনৰ ৫০ শতাংশ উলিয়াব পৰা ব্যৱস্থা থাকিব পাৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়