--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত হোৱা অগ্নিকাণ্ডৰ ফলত দেওবাৰে কমেও তিনিটা লেণ্ডমাইনৰ বিস্ফোৰণ ঘটে।

বিয়লি প্ৰায় ৪ বজাত মেন্ধৰ ছেক্টৰৰ সীমান্ত বেৰৰ সন্মুখত বেহৰুতি বনাঞ্চলত সংঘটিত হোৱা বনজুইৰ ফলত লেণ্ডমাইনৰ বিস্ফোৰণ ঘটে।

বিস্ফোৰণৰ শব্দটো অঞ্চলটোত বহু দূৰলৈকে প্ৰতিধ্বনিত হৈছিল। অৱশ্যে কোনো ধৰণৰ ক্ষতিৰ খবৰ পোৱা নাই।

কোনো লোক হতাহত হোৱাৰ খবৰো এই মুহূৰ্তলৈকে অহা নাই।

লগে লগে জুইৰ শিখা নুমুৱাবলৈ এটা দল সেই স্থানলৈ প্ৰেৰণ কৰা হয়। জুই নিৰ্বাপনৰ সমান্তৰালকৈ বন বিভাগৰ দলটোৱে জুইক আৰু অধিক বিয়পি পৰাত বাধা দিবলৈও চেষ্টা চলাইছে।

সীমান্তৰ সিপাৰৰ পৰা সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ নিয়ন্ত্ৰণ ৰেখাৰ আগফালৰ অঞ্চলত এণ্টি ইনফিল্ট্ৰেচন বেৰিয়াৰ চিষ্টেমৰ অধীনত লেণ্ডমাইন স্থাপন কৰা হৈছিল।

বিষয়াসকলে জনোৱা মতে, এতিয়াও জুই জ্বলি আছে আৰু জুই নিৰ্বাপনৰ প্ৰচেষ্টা অব্যাহত আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ