--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিনৰ পূৰ্বে মহাকুম্ভ মেলাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতে মহাকুম্ভ মেলাত পুনৰ সংঘটিত হৈছে এক দুৰ্ঘটনা৷ মহাকুম্ভ মেলালৈ ত্ৰিবেনী সংগমত গা ধুবলৈ নাৱেৰে গৈ থকা এদল এদল তীৰ্থযাত্ৰীৰ নাও দু্ৰ্ঘটানাগ্ৰস্ত হয়। হঠাতে তীৰ্থযাত্ৰী সকলৰ মাজৰ এখন নাও দুৰ্ঘটতনাত পতিত হোৱাত যাত্ৰীসকলো নদীত পৰে যদিও কাষতে থকা ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ তৎপৰাতাত তীৰ্থযাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

শনিবাৰে কিলাঘাটৰ সমীপত সংঘটিত হয় এই ঘটনা। তাৰ পৰাই ১০ জনীয়া পৰ্যটকৰ দল এটাই গা ধুবলৈ ওলাইছিল আৰু সেই সময়তে নাওখন ডুব যাবলৈ ধৰে। তাৰ লগে লগে যাত্ৰীসকলৰ সৈতে লাওখন ওলোটা হৈ পৰে। অৱশ্যে বৃহৎ বিপদৰ পৰা ৰক্ষা পৰিল যাত্ৰীসকল।এন ডি আৰ এফৰ ডিআইজি মনোজ কুমাৰ শৰ্মাই সকলো যাত্ৰীকে উদ্ধাৰ কৰা হৈছে বুলি সদৰি কৰে।

শনিবাৰে পুৱাৰ ভাগতে কুম্ভমেলালৈ যোৱা পথত ৰখাই থোৱা দুখন বাহনতো অগ্নিকাণ্ড সংঘটিত হয়। অৱশ্যে শীঘ্ৰে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আৰু এই ঘটনাত কোনো লোক আহত হোৱা নাই। অৱশ্যে এই ঘটনাই সকলোকে আতংকিত কৰি তোলে। উল্লেখযোগ্য যে ১৯ জানুৱাৰীতো কুম্ভ মেলাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল। ৫০ টাতকৈও অধিক টেণ্ট ধ্বংস হৈছিল এই আগ্নিকাণ্ডত। প্ৰশাসনে সদৰি কৰা অনুসৰি এই ঘটনাতো কোনো লোক আহত হোৱা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ