--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ৰে’ল সেৱাত এক গুৰুত্বপূৰ্ণ সংযোজন বন্দে ভাৰত ৰে’ল সেৱা৷এক নজিৰ সৃষ্টিৰে বিশ্বৰ উচ্চতম ৰে’লৱে সেতুৰে পাৰ হ’ল বন্দে ভাৰত এক্সপ্ৰেছ। বন্দে ভাৰত এক্সপ্ৰেছৰ পৰীক্ষামূলক চলাচল সম্পন্ন হয় জম্মু-কাশ্মীৰৰ চেনাব ৰে’ল দলঙেৰে। বন্দে ভাৰত এক্সপ্ৰেছ বৈষ্ণো দেৱী কাটৰা ষ্টেচনৰ পৰা শ্ৰীনগৰলৈ চলে। কেৱল বিশ্বৰ উচ্চতম ৰে’ল সেতুৰেই নহয়, দেশৰ প্ৰথমখন কেবল-দলং আঞ্জি খাদৰ ওপৰেৰেও পাৰ হৈ যায় দ্ৰুতবেগী বন্দে ভাৰত এক্সপ্ৰেছ।

উল্লেখ্য যে পুৱা ৮ বজাত কাটৰা ষ্টেচনৰ পৰা ৰাওনা হয় ট্ৰেইনখন। দিনৰ প্ৰায় ১১ বজাত শ্ৰীনগৰত উপস্থিত হয় বন্দে ভাৰত এক্সপ্ৰেছ। প্ৰায় ৩ ঘন্টা সময়ৰ ভিতৰত প্ৰায় ১৬০ কিঃমিঃ পথ যাত্ৰা অতিক্ৰম কৰে বন্দে ভাৰত এক্সপ্ৰেছ৷ 

জম্মু-কাশ্মীৰৰ প্ৰতিকূল বতৰৰ বাবে ৰে’ল সেৱাত ব্যাহত কৰিলেও বন্দে ভাৰত এক্সপ্ৰেছৰ চলালচত কোনো প্ৰভাৱ নহৰে প্ৰতিকূল বতৰৰ৷ কিয়নো জম্মু-কাশ্মীৰৰ পৰিৱৰ্তিত বতৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই বন্দে ভাৰত এক্সপ্ৰেছ তৈয়াৰ কৰা হৈছে। তাপমান -৩০ ডিগ্ৰী চেলছিয়াছো হ’লেও কোনো প্ৰভাৱ নপৰে বন্দে ভাৰত এক্সপ্ৰেছত। আৰু চৌদিশ বৰফেৰে আবৃত হ’লেও ৰে’লৰ পথত কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয় বুলি উল্লেখ কৰে।

সফলতাৰে সম্পন্ন হৈছে বন্দে ভাৰত এক্সপ্ৰেছৰ পৰীক্ষামূলক চলাচল।আৱষ্যে যাত্ৰীৰ বাবে কেতিয়াৰ পৰা বন্দে ভাৰত এক্সপ্ৰেছ যাত্ৰীসকলৰ বাবে মুকলি হ’ব সেয়া এতিয়াও থিৰাং হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ