--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাইলৈ ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা। লক্ষ্মী পূজা দেশজুৰি খুব ধুমধামেৰে উদযাপন কৰা হয়। লক্ষ্মী পূজাক লৈ হিন্দু ধৰ্মত বহু নীতি-নিয়ম আছে। বৃহস্পতিবাৰে বিশেষকৈ মহিলাসকলে লক্ষ্মী চৰিত্ৰ পাঠ কৰা দেখা যায়। লক্ষ্মী চৰিত্ৰতো বহু নীতি-নিয়মৰ বিষয়ে উল্লেখ আছে। কাইলৈ লক্ষ্মী পূজাত আপুনি কি কি নিয়ম পালন কৰিব ভালদৰে জানি লওক।


১) লক্ষ্মী পূজাত তুলসী ব্যৱহাৰ নকৰিব।

২) মা লক্ষ্মীৰ বাওঁফালে চাকি নজ্বলাব। চাকি সোঁফালে ৰাখক।

৩) দেৱী লক্ষ্মী বিবাহিত, সেয়েহে ভুলতো তেওঁক বগা ফুল নিদিব। লক্ষ্মী দেৱীক পূজা কৰোতে কেৱল ৰঙা আৰু গুলপীয়া ফুলহে আগবঢ়াওক।

৪) বগা কাৰ্পেটত লক্ষ্মী দেৱীৰ মূৰ্তি নাৰাখিব। লগতে পূজা কৰোতে বগা বা ক’লা ৰঙৰ যিকোনো বস্তু ব্যৱহাৰ নকৰিব।

৫) মাতৃ লক্ষ্মীক পূজা কৰাৰ সময়ত বিষ্ণু ভগৱানকো পূজা কৰা উচিত বুলিও বিশ্বাস আছে, কাৰণ মাতৃ লক্ষ্মী আৰু ভগৱান বিষ্ণু স্বামী-স্ত্ৰী। 

৬) লক্ষ্মী দেৱীক পূজা কৰাৰ পাছত মন্দিৰৰ দক্ষিণ দিশত প্ৰসাদ ৰাখক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ