--°C
Loading...
Listen to Article
2 min read
80%

১২ আঘোন,সোমবাৰ, ইং ২৯ নৱেম্বৰ ২০২১

মেষ ৰাশি : মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, নতুন কৰ্ম লাভ কৰিব পাৰে লগতে আজি আপোনাৰ কৰ্ম কৌশল আহৰণ কৰাৰ সুযোগ লাভ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত আজি আপোনাৰ জেদ আৰু অভিমান ভাৱ বাঢ়িব পাৰে, কৰ্মত ক্ষেত্ৰত সামান্য বিৰোধিতা ৰ সন্মুখীন হব পাৰে লগতে সজাগ নহলে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

মিথুন ৰাশি : মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ হব, জ্ঞান আহৰণৰ সুযোগ লাভ কৰিব, আয় বাঢ়িব , যদিও আজি আপুনি ঠগ প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ'ব।

কৰ্কট ৰাশি : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজি ৰদিনটোত মনত আনন্দ বাঢ়িব, কৰ্মদক্ষতা বাঢ়িব, লগতে কৰ্ম ক্ষেত্ৰত যশস্যা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

সিংহ ৰাশিৰ :সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰ শত্ৰু বাঢ়িব পাৰে, লগতে সামান্য কৰ্মত জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কন্যা ৰাশি : কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, ধন লাভ হব, সন্মান লাভ হব, লগত আজি আপোনাৰ ঘৰুৱা দিশত উন্নতি হোৱাৰ যোগ দেখা যায়।

তুলা ৰাশি: তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হব,যদিও আজি আপুনি সজাগ নহলে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে লগতে সজাগ নহলে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়‌।

বৃশ্চিক ৰাশি: বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত শিল্পী সকলৰ শুভ হব, সামাজিক সন্মান বাঢ়িব পাৰে যদিও আজি আপুনি সজাগ নহলে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

ধনু ৰাশি : ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হব, সন্মান লাভ হব, প্ৰেমত আনৰ পৰা সহায় লাভ হব যদিও আজি আপুনি সজাগ নহলে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

মকৰ ৰাশি : মকৰ ৰাশি জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে অৰ্থ আগমন সামান্য হ্ৰাস হব পাৰে লগতে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কুম্ভ ৰাশি: কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত শাৰিৰীক দিশত শুভ হব,কৰ্মক্ষেত্ৰত সন্মান লাভ হব যদিও আজি আপুনি সজাগ নহলে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

মীন ৰাশি:মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ