--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি ৯ অক্টোবৰ, সোমবাৰ৷ কেনে যাব আপোনাৰ আজিৰ দিনটো? জানো আহক আজিৰ দিনটোৰ ৰাশিফল৷ 

১. মেষ ৰাশি : মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত সামান্য ভয়ভাব বাঢ়িব পাৰে, বুদ্ধি হ্ৰাস হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

২. বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ‌ আজিৰ দিনটোত আয় বাঢ়িব, হাতলৈ ধন আহিব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য পৰিশ্ৰম বাঢ়িব পাৰে লগতে আজি আপুনি আনৰ অবিশ্বাসী হ'ব পৰা কৰ্মৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব।

৩. মিথুন ৰাশি : মিথুন ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সিদ্ধি লাভ কৰিব, আন ব্যক্তিৰ সহায়-সহযোগিতা মাজেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হ'ব, লগতে আজি আপোনাৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি : কৰ্কট ৰাশিৰ  জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত সুখ-শান্তি বাঢ়িব, সম্পত্তি বাঢ়িব, লগতে আজি আপোনাৰ মনত জেদভাব বৃদ্ধি পোৱাৰ যোগ দেখা যায়।





৫. সিংহ ৰাশি : সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব, প্ৰেমত শুভ হ'ব, ব্যৱসায়িকভাৱে সফলতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জটিলতাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি : কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব, কৰ্মত পদোন্নতি লাভ কৰিব পাৰে, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি : তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত ক্ষমতা বিস্তাৰ কৰিবলৈ সক্ষম হব, আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব, লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ সুবিধা লাভ হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি : বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি : ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, ঘৰত শুভ কৰ্ম কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য খংভাব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি : মকৰ ৰাশিৰ  জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব, মনৰ আশা পূৰণ হ'ব, যদিও আজি আপুনি কৰ্মত সকলো বিষয় ধৰ্য্য ধৰি বুজি চাবলৈ চেষ্টা কৰিব।

১১. কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত যিসকল সমাজ কৰ্মী আছে তেওঁলোকৰ ৰাজহুৱা কৰ্মত ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য বাধা আহিব পাৰে লগতে আজি আপুনি দেহ মনৰ পৰা এলাহ ভাৱ পৰিত্যাগ কৰিবলৈ  চেষ্টা কৰিব।

১২. মীন ৰাশি : মীন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত নতুন প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপুনি মনোমালিন্য হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব নহ'লে আজি আপোনাৰ ক্ষতি হোৱাৰ যোগ দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ