--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি ৮ অক্টোবৰ, দেওবাৰ৷ আজিৰ দিনটো আপোনাৰ কেনে যাব? জানক আজিৰ দিনটোৰ ৰাশিফল৷

মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ  আজিৰ দিনটোত ৰোগ আৰোগ্য হ’ব যদিও আজি আপুনি কৰ্মক্ষেত্ৰত সকলো দিশতে ধৈৰ্য-সহ্য কৰি চলাটো ভাল হ’ব৷ লগতে আজি খেতিয়কসকলে সামান্য কষ্ট পাবলগীয়া হ’ব পাৰে।

বৃষ ৰাশি: বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত সফলতা আহিব, গৃহ নিৰ্মাণ কৰ্মত ব্যস্ততা বাঢ়িব, লগতে আজি আনন্দমনে দিনটো পাৰ হোৱাৰ যোগ দেখা যায।

মিথুন ৰাশি: মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেম আৰু বিবাহত শুভ হ’ব যদিও আজি আপুনি মনৰ উত্তেজনা যিমান পাৰে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব, লগতে আজি আপোনাৰ প্ৰাপ্য হানি হোৱাৰ যোগ দেখা যায়।

কৰ্কট ৰাশি: কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত দ্ৰব্য বা সামগ্ৰী লাভ কৰিব৷ উকীল, প্ৰশাসনৰ লগত জড়িত ব্যক্তিসকলৰ সুনাম বাঢ়িব, যদিও আজি আপুনি প্ৰেম আৰু ব্যৱসায়িক দিশত সজাগ হোৱাটো ভাল হ’ব।

সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সকলো দিশতে উন্নতি হ’ব৷ সমাজকৰ্মী আৰু ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলৰ ৰাজহুৱা কৰ্মত ব্যস্ততা বাঢ়িব যদিও আজি আপুনি কৰ্মত আনৰ পৰা সহায় সহযোগিতা কমকৈ লাভ কৰিব পাৰে।

কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত পদোন্নতি লাভ কৰিব পাৰে, নতুন নতুন দায়িত্ব লাভ কৰিব, ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, যদিও আজি আপুনি বিতৰ্ক হ’ব পৰা কৰ্মৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব।

তুলা ৰাশি: তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য বাধা বা জটিলটা আহিব যদিও আজি আপুনি কৰ্মত সাহসৰ পৰিচয় দিবলৈ সক্ষম হ’ব।

বৃশ্চিক ৰাশি: বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব, কৰ্মত সন্মান বাঢ়িব৷ লগতে আজি আপোনাৰ পুৰণি সমস্যাৰ সমাধান হোৱাৰ যোগ দেখা যায়।  

ধনু ৰাশি: ধনু ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত উত্তম ভোজন লাভ কৰিব৷ প্ৰেম আৰু কৰ্মত শুভ হ’ব যদিও আজি আপুনি সন্মান হানি হ’ব পৰা কৰ্মৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব।

মকৰ ৰাশি: মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আমোদ-প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ’ব, কৰ্ম আৰু ব্যৱসায়িক দিশত নতুন সুযোগ সুবিধা লাভ কৰিব৷ লগতে আজি আপোনাৰ আয় উপাৰ্জন বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কুম্ভ ৰাশি: কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত নতুন কৰ্মত প্ৰতিস্থা লাভ কৰিব পাৰিব৷ কৰ্মৰ পৰিৱৰ্তন কৰিবৰ বাবে আজিৰ দিনটোত শুভ হ’ব আপোনাৰ, ধন ধান লাভ হ’ব৷ লগতে আজি আপোনাৰ পুৰণি বিবাদ বা সমস্যাৰ সমাধান হোৱাৰ যোগ দেখা যায়।

মীন ৰাশি: মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত থকা পুৰণি বাধাবোৰ নাইকিয়া হ’ব৷ লগতে আজি ছাত্ৰ-ছাত্ৰীসকলৰ শুভ হোৱাৰ যোগ দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ