--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:  সকলোৰে ভাল লগা প্ৰি‌য় ফলবিধ হৈছে আম। সোৱাদত কিছু টেঙা হ’লেও কেঁচা আমৰো আছে স্বাস্থ্য উপকাৰী গুণ। আমক ফলৰ ৰজা বুলি কোৱা হয়। 

অধিকাংশ লোকেই সাধাৰণতে আম খাই ভাল পায়। যদি আপুনিও গৰমৰ বতৰত কেঁচা আম খাই তেনেহলে লাভ কৰিব বহু উপকাৰ। আমত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেন্ট থাকে, যি ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰে। 

জানো আহক কেঁচা আমৰ উপকাৰী গুণসমূহ 

হজম শক্তিত উন্নত - কেঁচা আমে কোষ্ঠকাঠিন্য, গেছ আৰু বদহজমৰ সমস্যা দূৰ কৰে। খাদ্য খোৱাৰ আগতে কেঁচা আম  খালে হজম শক্তি ভাল 
হয়।

ছাল আৰু চুলিৰ উপকাৰ- কেঁচা আমত থকা এণ্টিঅক্সিডেন্ট-ভিটামিনে ছালখন উজ্জ্বল কৰি ৰখাৰ লগতে চুলি মজবুত কৰি তোলে। ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই ছালখনক প্ৰাকৃতিক উজ্জ্বলতা প্ৰদান কৰাৰ লগতে চুলি সৰাৰ সমস্যা কমায়।

দাঁতৰ আলুক সুৰক্ষা - কেঁচা আমত প্ৰচুৰ পৰিমাণে ভিটামিন C থাকে যিয়ে এনিমিয়া আৰু দাঁতৰ আলুৰ পৰা তেজ ওলোৱা ৰোধ কৰে।

যকৃতৰ বাবে উপকাৰী- কেঁচা আম যকৃতৰ বাবেও উপকাৰী। লিভাৰৰ ৰোগ নিৰাময়ৰ বাবে প্ৰাকৃতিক উপায় হ’ল কেঁচা আম। ই চৰ্বিৰ শোষণ বৃদ্ধি কৰে আৰু খাদ্যত পোৱা ক্ষতিকাৰক বেক্টেৰিয়া ধ্বংস কৰে।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ