--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: খাদ্য বিবাদ সন্দৰ্ভত এয়াৰ ইণ্ডিয়াই এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। টাটা গ্ৰুপৰ মালিকানাধীন কোম্পানীটোৱে বিমান সেৱাৰ সময়ত হিন্দু আৰু শিখসকলক আৰু ‘হালাল’ খাদ্য পৰিবেশন নকৰে বুলি জানিবলৈ দিয়ে। মুছলমান খাদ্যক এতিয়া বিশেষ খাদ্য বুলি কোৱা হ’ব। বিশেষ খাদ্যৰ অৰ্থ হ’ব হালাল কৰা খাদ্য। কিছুদিনৰ আগতে বিতৰ্ক হৈছিল কাৰণ খাদ্যৰ নাম ৰাখিছিল ‘মুছলিম মিল’৷

Air India Food Review - What To Expect In Economy Class

বিমান সংস্থাটোৰ মতে, এমঅ’এমএল মুছলিম মিলৰ ষ্টীকাৰ লেবেলযুক্ত প্ৰিবুক কৰা খাদ্যক বিশেষ খাদ্য (এছপিএমএল) হিচাপে গণ্য কৰা হ’ব। কেৱল উত্থাপিত এমঅ’এমএল খাদ্যৰ বাবেহে হালাল প্ৰমাণ পত্ৰ দিয়া হ’ব। ছৌদি খণ্ডত সকলো খাদ্য হালাল হ’ব। জেদ্দা, ডাম্মাম, ৰিয়াদ, মদিনা ছেক্টৰকে ধৰি হাজৰ বিমানত হালালৰ প্ৰমাণ পত্ৰ দিয়া হ’ব।

Air India suspends 10 cabin crew members over protest against new  room-sharing policy | Company Business News

বিগত কেইবাদিনো এয়াৰ ইণ্ডিয়া বিমান খাদ্য সন্দৰ্ভত বিতৰ্কৰ মাজত সোমাই পৰিছিল।১৭ জুনত কংগ্ৰেছৰ সাংসদ মণিকম ঠাকুৰে এয়াৰ ইণ্ডিয়াই ধৰ্মৰ ভিত্তিত খাদ্যৰ লেবেল লগোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে। ঠাকুৰে কয় যে এয়াৰ ইণ্ডিয়াৰ বিমানত হিন্দু খাদ্য আৰু মুছলমানৰ খাদ্য? হিন্দু খাদ্য আৰু বা মুছলমানৰ খাদ্য কি? সংঘই এয়াৰ ইণ্ডিয়াৰ দখল লৈছে নেকি? ইয়াৰ বাবে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।

ইছলামিক পৰম্পৰা অনুসৰি মুছলমান লোকে হালাল মাংস সেৱন কৰে, এই মাংস য’ত জন্তুটোক বধ কৰাৰ বাবে এক বেলেগ প্ৰক্ৰিয়া গ্ৰহণ কৰা হয়। এই প্ৰক্ৰিয়াত জন্তুটোক পোনপটীয়াকৈ বধ কৰা নহয় বৰঞ্চ লাহে লাহে ডিঙি কাটি দিয়া হয় ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
বৰপেটাৰোডত অবৈধ ৬ টকীয়া লটাৰী টিকট বিক্ৰেতাক আটক
বিহাৰৰ ভোটাৰ তালিকাত ২ পাকিস্তানী মহিলাৰ নাম!
বিলাসীপাৰাত বাছ আৰু এল্টোৰ মুখামুখি সংঘৰ্ষ! আহত বহুজন
অসমত ব্যৰ্থ প্ৰধানমন্ত্ৰীৰ 'সূৰ্যঘৰ', সৌৰ পেনেল স্থাপনৰে বিদ্যুৎ উৎপাদনৰ অভিলাষী আঁচনিৰ নাই অগ্রগতি
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়