--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায়ে আমি ছ’চিয়েল মিডিয়াত এনে ছবি দেখিবলৈ পাওঁ, যিবোৰে আমাক চিন্তা কৰিবলৈ বাধ্য কৰে। এই ছবিবোৰ আলোকীয় ভ্ৰমযুক্ত ছবি। বহু সময়ত এই ছবিবোৰত আমি চকুৰে প্ৰথম যি দেখো তাৰ বাহিৰেও আৰু বহু কিবাকিবি লুকুৱাই ৰখা হয়। এনে ছবিত আপুনি যি প্ৰথমে লক্ষ্য কৰে সেইটোৱে আপোনাৰ ব্যক্তিত্ব কেনে সেই কথা প্ৰকাশ কৰে। আমি আপোনাৰ বাবে এনেধৰণৰ এখন ছবি লৈ আনিছো যিয়ে আপোনাৰ ব্যক্তিত্বৰ বিষয়ে প্ৰকাশ কৰিব।

এই ছবিখন চোৱাৰ লগে লগে বহুতেই দেখা পায় খিৰিকীৰে বাহিৰলৈ চাই থকা এজনী ছোৱালী আৰু বহুতেই দেখা পায় মানুহৰৰ মূৰৰ লাওখোলা। যিসকলে প্ৰথমে এই ছবিখনত খিৰিকীৰে বাহিৰলৈ চাই থকা ছোৱালীজনীক প্ৰথমে দেখা পায় তেওঁলোকৰ ব্যক্তিত্ব মানুহৰ লাওখোলা লক্ষ্য কৰা ব্যক্তিজনতকৈ বহু পৃথক। যদি আপুনি এই ছবিখনত প্ৰথমে খিৰিকীৰে বাহিৰলৈ চাই থকা ছোৱালীজনীক দেখিছে তেন্তে আপুনি প্ৰায়ে বিপদক উপেক্ষা কৰি চলে, মানে বিপদক গুৰুত্ব প্ৰদান নকৰে। কেতিয়াবা আপুনি নজনাকৈয়ে আপোনাৰ জীৱনটো বিপদত পেলায়। ইয়াৰ বাবেই বহু সময়ত আপুনি নিজে অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়। 

যদি আপুনি প্ৰথমে মানুহৰ লাওখোলা দেখিছে তেন্তে আপুনি এজন বাস্তৱিক ব্যক্তি। আপুনি ভাবে যে প্ৰতিটো ভাল কাম বা বেয়া কাম দিনটোৰ শেষ হোৱাৰ লগে লগে শেষ হয়। গতিকে আপুনি নিজে বিচাৰ কৰক আপুনি কেনে ব্যক্তিত্বৰ মানুহ।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ