--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেট বিশ্বকাপৰ ভাৰত বনাম নিউজিলেণ্ডৰ খেলখনে ফুটবল বিশ্বকাপৰ ফাইনেলক উধাই যায়। বিৰাট কোহলী, ৰোহিত শৰ্মাই লিয়নেল মেছি, কাইলিয়ান এমবাপেক পৰাস্ত কৰে। চলিত বিশ্বকাপত ডিজিটেল মাধ্যমৰ জৰিয়তে ভাৰত-নিউজিলেণ্ডৰ খেলখন চোৱা দৰ্শকৰ সংখ্যাই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে।

ডিজনী প্লাছ হটষ্টাৰত ডিজিটেল মাধ্যমেৰে সম্প্ৰচাৰ কৰা হৈছে ক্ৰিকেট বিশ্বকাপ। দেওবাৰে হটষ্টাৰত ভাৰত-নিউজিলেণ্ডৰ খেলখন চালে ৪ কোটি ৩০ লাখ দৰ্শকে, যিটো এতিয়ালৈকে সৰ্বাধিক। ২০২২ চনত ১৮ ডিচেম্বৰত ফুটবল বিশ্বকাপৰ ফাইনেল আছিল। ফ্ৰান্সে আৰ্জেণ্টিনাৰ বিৰুদ্ধে খেলিছিল। জিঅ’ চিনেমাছত এই প্ৰতিযোগিতাখন টেলিকাষ্ট কৰা হৈছিল। মেছি-ম্বাপেৰ ফাইনেলত ৩ কোটি ২০ লাখ দৰ্শকে চাইছিল। 

ইয়াৰ পূৰ্বে ভাৰত-পাকিস্তানৰ মেচখনেও ফুটবল বিশ্বকাপৰ ফাইনেলত ছাঁ পেলাইছিল। হটষ্টাৰত ভাৰত-পাকিস্তানৰ খেলখন চালে ৩ কোটি ৫০ লাখ দৰ্শকে। ভাৰত-নিউজিলেণ্ডৰ খেলখনে সেই সকলোবোৰ অভিলেখ অতিক্ৰম কৰিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ