--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আইপিএল ২০২৫ৰ চুক্তিবদ্ধৰ ক্ষেত্ৰত সৰ্বাধিক দামী খেলুৱৈত পৰিণত হৈছে ৰিংকু সিং ৷ বিগত সময়ত 55 লাখ টকাত চুক্তিবদ্ধ হোৱা ৰিংকু এইবেলি দলটোৰ সৰ্বাধিক ৰিটেইনচন পেইড খেলুৱৈত পৰিণত হৈছে ।

IPL 2023: For Rinku Singh, a season to remember at Kolkata Knight Riders

এইবাৰ কলকাতা নাইট ৰাইডাৰ্ছো ১৩ কোটি টকা দি ৰিংকু সিঙক ৰিটেইন কৰিছে ৷ কিন্তু বহু কঠিন যাত্ৰাৰ অন্তত আজি এই সফলতাত উপনীত হৈছে ৰিংকু ৷


Rinku Singh (cricketer) - KALYANINSTITUTE

এটা সাক্ষাৎকাৰত তেওঁক সোধাত তেওঁ কয় যে, "আপুনি ইমান ৰাণ সংগ্ৰহ কৰাৰ লগতে কে কে আৰক বিজয় প্ৰদান কৰিছে, তেনেক্ষেত্ৰত অনুভৱ নকৰেনে যে আপুনি কমকৈ আপোনাৰ প্ৰাপ্য লাভ কৰিছে" ? তেতিয়া এই সন্দৰ্ভত প্ৰত্যুত্তৰ দি কয় যে,"মই ইমানখিনি পাইছো ৷ এয়াই মোৰ বাবে যথেষ্ঠ ৷ মই কেতিয়াও ভবা নাছিলো যে মই ৫৫ লাখ টকা লাভ কৰিম" 


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ