--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত প্ৰায় সকলোবোৰতে বিজ্ঞান জড়িত। পাম্প, ৱাটাৰ পিউৰিফায়াৰ, ফেন, হিটাৰ, গিজাৰ, এয়াৰ কণ্ডিচনাৰ আদি ঘৰ নিৰ্মাণৰ বাবে ঘৰত ব্যৱহৃত ৰড, চিমেণ্ট, পেইণ্ট বা বৈদ্যুতিক সঁজুলি হওক সকলোবোৰৰ মূলতে বিজ্ঞান।

কলমৰ সাঁফৰো ইয়াৰ ব্যতিক্ৰম নহয়। বেছিভাগ কলমৰ সাঁফৰৰ মূৰত এটা ছিদ্ৰ দেখা যায়। ইয়াৰ আঁৰত লুকাই আছে এনে এক বিজ্ঞান চেতনা যি সাধাৰণতে মনলৈ নহাটোৱে স্বাভাৱিক।

কলমৰ সাঁফৰত মুখ্যতঃ দুটা কাৰণত ছিদ্ৰ থাকে। যদি কোনোবাই দুৰ্ঘটনাক্ৰমে কলমৰ মুখা গিলি পেলায়, তেন্তে শ্বাসনলীত সেই মুখাৰ প্ৰৱেশে এক ডাঙৰ বিপদ ঘটাব পাৰে। আনকি ইয়াৰ বাবে ব্যক্তিজনৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে!

শুনিবল আচহুৱা যেন লাগিলেও, এক সমীক্ষা অনুসৰি প্ৰতি বছৰে কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰত শ শ লোকৰ মৃত্যু হয় কলমৰ সাঁফৰ গিলা বাবে। শিশুসকলৰ ক্ষেত্ৰত কলমৰ সাঁফৰে বিপদ ঘটোৱাৰ আশংকা অধিক।  কলমৰ সাঁফৰত ছিদ্ৰ থাকিলে অলপ হ’লেও বায়ু সঞ্চালন বজাই ৰাখে। ফলস্বৰূপে, কোনোবাই কলমৰ সাঁফৰ গিলিলেও চিকিৎসাৰ বাবে পৰ্যাপ্ত সময় থাকে।

ইয়াৰোপৰি, কলমৰ পৰা ওলাই অহা চিয়াহী, বায়ু চলাচল কৰি থাকিলে ই নাইকিয়া নহয়। ইয়াৰোপৰি, সাঁফৰত ফুটা থাকিলে শ্বাসনলীত ৰৈ যোৱাৰ পাছত উলিয়াবলৈ সুবিধাজনক। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ