--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : কেন্দ্ৰীয় চৰকাৰৰ বিতৰ্কিত কৃষি আইনক লৈ উচ্চতম ন্যায়ালয়ে আজি নিজৰ ৰায় প্ৰদান কৰে। সৰ্বোচ্চ ন্যায়ালয়ে এই ৰায়ত কয় যে, কৃষি আইনক লৈ সৃষ্টি হোৱা অচলাৱস্থা আঁতৰ কৰাৰ বাবে এখন কমিটী গঠন কৰা হ’ব।

আৰু পঢ়িব পাৰিব : আঘাত অতি গুৰুতৰ, দুৰ্ঘটনাগ্ৰস্ত শ্ৰীপদ নাইকৰ স্বাস্থ্য এতিয়া সুস্থিৰ

ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰকো আইন সন্দৰ্ভত সতৰ্কবাণী প্ৰেৰণ কৰে আৰু কয় যে, তিনওখন বিতৰ্কিত আইন প্ৰত্যাহাৰ কৰাৰ ক্ষমতা সৰ্বোচ্চ ন্যায়ালয়খনৰ আছে। ‘এয়া জীৱন আৰু মৃত্যুৰ সৈতে জড়িত বিষয়। আমি এই আইনক লৈ উদ্বিগ্ন। এই বিদ্ৰোহৰ ফলত প্ৰভাৱিত হোৱা জীৱন আৰু সম্পত্তিক লৈও আমি উদ্বিগ্ন। আমি এই সমস্যা সৰ্বোত্তম উপায়েৰে সমাধান কৰাৰ চেষ্টা কৰিছোঁ। এই আইন প্ৰত্যাহাৰৰ ক্ষমতা আমাৰ হাতত আছে।’ দেশৰ মুখ্য ন্যায়াধীশ এছ এ ব’বডেই এই মন্তব্য কৰে।

আৰু পঢ়িব পাৰিব : শ্ৰীৰাম মন্দিৰ নিধি সমৰ্পণ অভিযান : সামৰি লোৱা হৈছে ৰাজ্যৰ ১৬,৭০৬ গাঁও…

তেওঁ লগতে কয়, ‘আমি এই সমস্যা সমাধান কৰিব বিচাৰিছোঁ আৰু সেইবাবে আমি এখন কমিটী গঠন কৰিবলৈ লৈছোঁ।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ