--°C
Loading...
Listen to Article
2 min read
80%
২৩ জানুৱাৰী,২০২২, দেওবাৰ মেষঃ আপোনাৰ কৰ্মব্যস্ততা বৃদ্ধি পাব। স্বাস্থ‍্য ভাল নাযাব। কাৰোবাৰ কথাত আঘাত পোৱাৰ সম্ভাৱনা। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে। বৃষঃ দিনটো আপোনাৰ ভালে যাব। এলাহ ভাৱ বৃদ্ধি পাব। বৈবাহিক জীৱনত সুখ বৃদ্ধি। মিথুনঃ বন্ধুৰ সৈতে যোগাযোগ। ভ্ৰমণৰ যোগ দেখা যায়। বন্ধুৰ সংগ লাভ। ব্যয় বৃদ্ধি পাব। কৰ্কটঃ দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ'ব। প্ৰেমত শুভ। যান-বাহনৰ পৰা সাবধান। সিংহঃ মনৰ সুখ বৃদ্ধি। কৰ্মক্ষেত্ৰত শুভ। আপোনাৰ উপস্থিতিয়ে মানুহৰ মনত আনন্দ দিব। কন্যাঃ বহুদিনীয়া পৰিকল্পনা সফল হ'ব। প্ৰেমত শুভ। মাতৃৰ শৰীৰক লৈ চিন্তা। তুলাঃ ভাতৃ-ভগ্নীৰ সৈতে মনোমানিল্য হ'ব। আজি ভ্ৰমণ নকৰিব। মনৰ পচন্দৰ খাদ্য খাবলৈ পাব। বৃশ্চিকঃ দিনটো শুভ। পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত। প্ৰেমিক-প্ৰেমিকাৰ শুভ। ধনুঃ কৰ্মব্যস্ততা বৃদ্ধি পাব। আত্মীয়ৰ সৈতে যোগাযোগ। খৰচ বৃদ্ধি। মকৰঃ দিনটো শুভ। কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব। আপোনাৰ কামে আনক আনন্দ দিব। কুম্ভঃ ভাগ্য উদয় হ'ব।। শুভ সংবাদ লাভ। ভ্ৰমণৰ যোগ দেখা যায়। মীনঃ খং-ৰাগ বৃদ্ধি পাব, নিজক নিয়ন্ত্ৰণ কৰক। চৰকাৰী চাকৰিয়ালৰ বাবে ভাল। নতুন কামত হাত নিদিয়াই ভাল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ