--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰহমৰীয়া আৰক্ষী থানাৰ উপস্থিতিত এচ ডি আৰ এফ দলে ব্ৰহ্মপুত্ৰত সন্ধান চলাইছে যদি উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।

ডিজিটেল ডেস্কঃ ডিব্ৰুগড়ৰ লাহোৱালত সংঘটিত হৈছে এক কৰুণ ঘটনা। কাতি পূৰ্ণিমা উপলক্ষে পুৱাই অকলেণ্ডৰ ব্ৰহ্মপুত্ৰত একাংশ লোকে গা ধুই আছিল।


তেনে সময়তে পঞ্চম শ্ৰেণীত পঢ়ি থকা ৰাজবীৰ নায়ক নামৰ ১৩ বছৰীয়া ছাত্ৰ এগৰাকী ব্ৰহ্মপুত্ৰত সন্ধানহীন হয় ।


বৰ্তমান ঘটনাস্থলীত ৰহমৰীয়া আৰক্ষী থানাৰ উপস্থিতিত এচ ডি আৰ এফ দলে ব্ৰহ্মপুত্ৰত সন্ধান চলাইছে যদি উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।


ফুকনৰ খাত শংকৰদেৱ বিদ্যালয়ত অধ্যয়নৰত মেধাসম্পন্ন ছাত্ৰগৰাকী ব্ৰহ্মপুত্ৰত সন্ধানহীন হোৱাক লৈ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা