--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউড বাদশ্বাহ শ্বাহৰূখ খান, তেওঁৰ বিষয়ে নতুনকৈ ক’বলগীয়া একো নাই। বিশ্বৰ প্ৰান্তে প্ৰান্তে সিঁচৰিত হৈ আছে তেওঁৰ অগণিত অনুৰাগী। পিছে বলীউডৰ ছুপাৰষ্টাৰ হোৱাৰ কথা সপোনতো ভবা নাছিল শ্বাহৰূখ খানে। কিং খানে নিজকে বেলেগ এটা ৰূপতহে চাবলৈ প্ৰস্তুতি চলাইছিল, হ’ব বিচাৰিছিল পৰ্ণষ্টাৰ। ২০১৩ চনত ভাৰতীয় সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই বিষয়ে মুকলিকৈ কৈছিল বলীউডৰ জনপ্ৰিয় অভিনেতাজনে।

হলিউড ছুপাৰষ্টাৰ ছেলভাষ্টাৰ ষ্টেলনৰ অনুৰাগী আছিল কিং খান। এসময়ত পৰ্ণ ছবিৰ তাৰকা আছিল ষ্টেলন। প্ৰিয় অভিনেতাক অনুসৰণ কৰিবলৈ গৈ বিশ্ব কঁপোৱা পৰ্ণষ্টাৰ হ’ব বিচাৰিছিল বলীউড বাদশ্বাহে। এই খবৰটোৱে সেই সময়ত ছ’চিয়েল মিডিয়াত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছিল। কিং খানৰ  মুখত এনে কথা শুনি হতবাক হৈ পৰিছিল সমালোচক তথা অনুৰাগী।

তদুপৰি, শ্বাহৰূখৰ এই কথাই সহকৰ্মীসকলো আচৰিত কৰি তুলিছিল। চিনেমাৰ শ্বুটিং ছেটত অন্তৰংগ দৃশ্যত অভিনয় কৰিবলৈ গৈ ভীষণ অস্বস্তিত পৰা কিং খানৰ এই কথাবোৰে কৰি তুলিছিল হতবাক। সাধাৰণতে বন্ধ কোঠাত নায়িকাৰ সৈতে অন্তৰংগ দৃশ্যত কিদৰে অভিনয় কৰিব শ্বাহৰূখ তাক লৈয়ো হৈছিল নানা চৰ্চা, নানা কৌতুহল। সকলোৰে সন্মুখত অভিনেত্ৰী সকলৰ সৈতে ঘনিষ্ঠ হৈ বেয়া পোৱা লাজুকুৰীয়া শ্বাহৰূখৰ মুখত পৰ্ণষ্টাৰ হোৱাৰ গোপন সপোনৰ কথা শুনি আচৰিত হোৱাটোৱেই স্বাভাৱিক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ