--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ হিন্দু ৰীতি-নীতিৰ উপাসনা আৰু ধৰ্মীয় কামত লঙৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। জ্যোতিষশাস্ত্ৰতো লঙৰ কিছুমান সহজ প্ৰতিকাৰৰ কথা উল্লেখ কৰা হৈছে। ভাগ্য সলনি আৰু সপোনবোৰ পূৰণ কৰিব বিচাৰিলে লঙৰ এই ঘৰুৱা প্ৰতিকাৰ অৱলম্বন কৰিব পাৰে। ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই, কিন্তু বহু বছৰ ধৰি এই নিয়ম পালিত হৈ আহিছে। কেৱল সেয়াই নহয়, ইয়াৰ প্ৰতিকাৰৰ পৰা অলৌকিক লাভালাভ হয়, জানো আহক কেনেকৈ?

 ১. শনিবাৰ বা দেওবাৰে ৫টা লং আৰু ৩টা ডাঙৰ ইলাচী কপূৰৰ সৈতে জ্বলাই দিয়ক আৰু গোটেই ঘৰত সেই জুইৰ ধোঁৱা দিয়ক। এনে কৰাৰ ফলত ঘৰৰ নেতিবাচকতা নাইকিয়া কৰি ইতিবাচকতা আনি দিয়ে।

২. শনিবাৰে লং দান কৰিব। এনে কৰাৰ দ্বাৰা ৰাহু আৰু কেতুৰ অৱস্থিতি ভাল হয়।

৩. মঙলবাৰে হনুমানৰ সন্মুখত এটা লং দি সৰিয়হৰ তেলৰ চাকি জ্বলাওক আৰু লগতে ‘হনুমান চালিশা’ৰ পাঠ কৰক। সোনকালেই পৰিশ্ৰমৰ ফল পাব।

৪. শুকুৰবাৰে ৰঙা কাপোৰত ৫টা কড়ী আৰু ৫টা লং বান্ধি আলমাৰী বা সুৰক্ষিত স্থানত ৰাখক। এনে কৰাৰ দ্বাৰা টকা ৰাহি হয়।

৫. ঘৰৰ পৰা ওলাই যাওঁতে মুখত সদায় দুটা লং লৈ যাব। এনে প্ৰতিকাৰৰ ফলত কামত সফলতা আহিব।

৬. অমাৱস্যা বা পূৰ্ণিমাৰ ৰাতি লং ১১ বা ২১টা লং কপূৰৰ লগত জ্বলাওক আৰু তাৰ পিছত দেৱী লক্ষ্মীৰ ওচৰত ধ্যান কৰক। এনে কৰাৰ দ্বাৰা ৰৈ থকা ধন লাভ কৰিব।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ