--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দুৰ্বল জীৱনশৈলী আৰু ভুল খাদ্য খোৱাৰ বাবে শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি হ'বলৈ ধৰে। এনে পৰিস্থিতিত হাৰ্টএটেক আৰু ডায়েবেটিছৰ আশংকাও ক্ৰমান্বয়ে বাঢ়ি যায়। উন্নত স্বাস্থ্যৰ বাবে আমি এক স্বাস্থ্যকৰ আহাৰ বাছনি কৰা উচিত। সেয়েহে ভেণ্ডি এনে এবিধ সেউজীয়া পাচলি, যি বেয়া কলেষ্টেৰলৰ পৰা পৰিত্ৰাণ পোৱাই নহয়, শৰীৰৰ ৰক্তশৰ্কৰা স্তৰো নিয়ন্ত্ৰণ কৰে।

 ভেণ্ডিত ভিটামিন, খনিজ আৰু আঁহেৰে সমৃদ্ধ হোৱা বাবে ই বেয়া কলেষ্টেৰল হ্ৰাস কৰাত যথেষ্ট অৰিহণা যোগায়। ইয়াৰ বাহিৰেও ইয়াত পেকটিনও পোৱা যায়, যাৰ সহায়ত শৰীৰত বেয়া কলেষ্টেৰলৰ স্তৰ হ্ৰাস হ'বলৈ আৰম্ভ কৰে। ইয়াৰ ফলত ৰক্তচাপো নিয়ন্ত্ৰণ হয়। মনত ৰাখিব যে উচ্চ কলেষ্টেৰলক বহুতো গুৰুতৰ ৰোগৰ মূল কাৰণ বুলি গণ্য কৰা হয়।

 ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে-

আমি উল্লেখ কৰাৰ দৰে যে ভেণ্ডি (লেডী ফিংগাৰ) হৈছে আঁহৰ এক সমৃদ্ধ উৎস, সেয়েহে ই পেটৰ সমস্যা আঁতৰ কৰে আৰু হজম ক্ষমতা শক্তিশালী কৰি স্বাস্থ্যৱান কৰি ৰাখে ই ডায়েবেটিছ ৰোগীসকলৰ বাবে উপকাৰী কিয়নো এই সেউজীয়া পাচলি খোৱাৰ দ্বাৰা ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত থাকে।

 ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হ'ব-

ভেণ্ডিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। সেয়েহে ভেণ্ডিক দৈনিক আহাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰে, তেনেহ'লে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ