--°C
Loading...
Listen to Article
2 min read
80%
২ মাৰ্চ,২০২২, বুধবাৰ মেষঃ চিন্তাধাৰা উন্নত। কৰ্মক্ষেত্ৰত পদোন্নতি৷ প্ৰশংসা পাব। ঘৰলৈ অতিথিৰ আগমন ঘটিব। স্বাস্থ্যত মধ্যম। বৃষঃ কৰ্মক্ষেত্ৰত ভাগ্য সুপ্ৰসন্ন হ’ব। কোনো নতুন কাম সফল হ’ব পাৰে। গেষ্ট্ৰিকৰ সমস্যাই দেখা দিব। প্ৰেমত কাজিয়া। মিথুনঃ দিনটো আনন্দময় হʼব৷ আনৰ পৰা পৰামৰ্শ নল’ব৷কামত মনোযোগৰ প্ৰয়োজন।খৰচ বাঢ়িব। বন্ধুৰ সৈতে সম্পৰ্ক মধুৰ হʼব। ককৰ্টঃ ব্যৱসায়ত হতাশা। চাকৰিয়ালৰ শুভ। খৰচ বৃদ্ধি৷ দাঁতৰ বিষ হ’ব পাৰে। প্ৰেমত সন্দেহ বৃদ্ধি। সিংহঃ ব্যৱসায়ত ভাল৷ লক্ষ্যত সফল হʼব৷ শিল্পী-সাহিত্যিকৰ শুভ। প্ৰেমত মৰম বৃদ্ধি। ঘৰুৱা শান্তি অটুট থাকিব। কন্যাঃ শুভ দিন৷ দিনটো আনন্দময় হʼব৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ বিয়া আৰু সংযোগত সফল হʼব ৷ প্ৰেমত শুভ। তুলাঃ দিনটো প্ৰায় ভাল৷ কোনো নতুন ব্যক্তিৰ লগত সংযোগ হʼব৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হব। মাতৃৰ স্বাস্থ্য উন্নত। বৃশ্চিকঃ মানসিক অশান্তিত ভুগিব৷ স্বাস্থ্যৰ হানি। কোনো মানুহৰ পৰা পৰা আঘাত পাব পাৰে ৷ খৰচ বৃদ্ধি ৷ ধনুঃ দিনটো আনন্দৰে যাব ৷ প্ৰত্যাহ্বানৰ সম্মুখীন হʼব ৷ ঈশ্বৰৰ কৃপা লাভ ৷ ভাগ্য ভাল ৷ কর্ম ব্যৱসায়ত লক্ষ্যত উপনীত হ’ব। মকৰঃ দিনটো খেলিমেলিৰে যাব। আপুনি কর্মত মনোযোগ দিব ৷ কোনো নতুন পৰিকল্পনা নকৰিব ৷ হতাশা নহ’ব, পুনৰ চেষ্টা কৰিব ৷ কঠোৰ পৰিশ্ৰম কৰিলে ফল লাভ কৰিব৷ যিজন ধৈৰ্য্যশীল হয় তেওঁ লাভৱান হ’ব ৷ কুম্ভঃ মনটোত নানা চিন্তাই খেলিমেলি লগাব ৷ এলাহ বাঢ়িব। পৰিয়ালত শান্তি বজাই ৰাখিবলৈ যত্ন কৰক। সন্তানৰ ওপৰত ধ্যান দিয়ক। মীনঃ কোনো কাম কৰাৰ পূৰ্বে জ্যেষ্ঠৰ পৰা পৰামৰ্শ লওক৷ আনৰ পৰা প্ৰশংসা শুনিব৷ আৱেগ বৰ্জন কৰক। প্ৰেমত সম্পৰ্ক মজবুত হʼব। আৰু পঢ়কঃ দুঃখবৰ!ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইনত ভাৰতীয় ছাত্ৰৰ শোকাৱহ মৃত্যু

FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ