--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিভিন্ন পুষ্টিৰে সমৃদ্ধ এনে এবিধ উৎকৃষ্ট ফল হৈছে মধুৰী(Guava)। মধুৰী হৈছে এবিধ পুষ্টিকৰ আৰু স্বাস্থ্যকৰ ফল।গ্ৰীষ্মকালীন ফলমূলবিলাকৰ ভিতৰত এবিধ উত্তম ফল মধুৰী। মধুৰীক ইংৰাজীত ‘Guava’ আৰু হিন্দীত ‘অমৰুদ’ বুলি কোৱা হয়। মধুৰীৰ বৈজ্ঞানিক নাম হ’ল- ‘Psidium Guajava’। 

মধুৰীত ভিটামিন C, পটাছিয়াম আৰু আঁহ আশ্চৰ্যজনকভাৱে সমৃদ্ধ। এই উল্লেখযোগ্য পুষ্টিৰ পৰিমাণৰে ভৰপূৰ মধুৰীয়ে বহুতো স্বাস্থ্য উপকাৰিতা প্ৰদান কৰে।ইয়াত কমলাতকৈ চি ভিটামিন আৰু খনিজ লৱণ বেছিকৈ পোৱা যায়। পুষ্টিকৰ খাদ্য হিচাপে আয়ৰন আৰু ফলিক এচিডো পোৱা যায়। মধুৰিৰ পাতবোৰ ভেষজ চাহ আৰু পাতৰ নিষ্কাশন পৰিপূৰক হিচাপে ব্যৱহাৰ কৰা হয়।

মধুৰীৰ বহুতো উপকাৰিতা আছে। কি কি জানো আহক

১)ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে।

২)কৰ্কট ৰোগ হোৱাৰ আশংকা হ্ৰাস কৰিব পাৰে।

৩)মধুৰীৰ ব্যৱহাৰে চকুৰ ৰশ্মি বৃদ্ধি কৰাত সহায় কৰে।

৪)মধুৰীয়ে আমাৰ শৰীৰত থকা চডিয়াম আৰু প্ৰ’টেছিয়ামৰ পৰিমাণ ভাল কৰি ৰাখে।

৫)দিনে এটাকৈ মধুৰি খালে High BP সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে।

৬)মধুৰীৰ লগতে মধুৰী গছৰ পাতৰো বিভিন্ন ঔষধি গুণ আছে।

৭)দাঁতৰ সমস্যাৰ থকা লোকে মধুৰী পাত খুন্দি খালে দাঁতৰ সমস্যা ভাল হয়।

৮)বদহজমৰ লগতে পেটৰ বিভিন্ন সমস্যাৰ বাবে মধুৰীৰ পাত অতিকৈ উপকাৰী।

৯)মধুৰীৰ পাতেৰে চাহ বনাই খালে মানসিক চাপ দূৰ হয়।

১০)দিনে এটাকৈ মধুৰী খালে প্ৰেচাৰ নিয়ন্ত্ৰণ থাকে আৰু তেজ পৰিস্কাৰ কৰাত সহায় কৰে।

১১)হজম শক্তি বৃদ্ধি কৰাটো সহায় কৰে মধুৰীয়ে।

১২)ই ওজন হ্ৰাসত সহায়ক।

১৩) হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰাখে।

১৪)গৰ্ভধাৰণৰ সময়ত সহায় কৰে।

গতিকে মধুৰী খাওক আৰু নিজক সুস্বাস্থ্যৱান কৰি ৰাখক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ