--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰতিবছৰে বেংক বন্ধৰ কেলেণ্ডাৰ ঘোষণা কৰে। এই কেলেণ্ডাৰত ৰাজ্যভেদে নিৰ্দিষ্ট দিনত বেংক বন্ধ থাকিব। লক্ষ্যণীয়ভাৱে, আৰবিআইয়ে চাৰিটা শ্ৰেণীত বেংক বন্ধৰ সিদ্ধান্ত লয়: নেগোচিয়েবল ইনষ্ট্ৰুমেণ্ট এক্ট, হলিডেজ, ৰিয়েল-টাইম গ্ৰছ ছেটেলমেণ্ট হলিডে’, আৰু বেংকৰ একাউণ্ট বন্ধ কৰা। কিছুমান ৰাষ্ট্ৰীয় বন্ধৰ উপৰি, কিছুমান ৰাজ্য-নিৰ্দিষ্ট বন্ধ আছে যাৰ ভিতৰত আছে দেওবাৰে আৰু প্ৰতিমাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে।

ইয়াত মে’  ২০২২ত বেংক বন্ধৰ সম্পূৰ্ণ তালিকা দিয়া হৈছে-

১ মে’  (দেওবাৰ): মে’ দিৱস – সমগ্ৰ দেশ/ মহাৰাষ্ট্ৰ দিৱস – মহাৰাষ্ট্ৰ

২ মে’ (সোমবাৰ): মহৰ্ষি পৰাসুৰাম জয়ন্তী

৩ মে’ (মঙলবাৰ): ইদ-উল-ফিতৰ,  বাসৱ জয়ন্তী(কৰ্ণাটক)

৪ মে’(বুধবাৰ): ইদ-উল-ফিতৰ – তেলেংগানা

৯ মে’(সোমবাৰ): গুৰু ৰবীন্দ্ৰনাথ জয়ন্তী – পশ্চিম বংগ আৰু ত্ৰিপুৰা

১৩ মে’ (বৃহস্পতিবাৰ): ইদ-উল-ফিতৰ– ৰাষ্ট্ৰীয়

১৪ মে’ (শনিবাৰ): দ্বিতীয় শনিবাৰে বেংক বন্ধ

১৬ মে’ (সোমবাৰ): ৰাজ্য দিৱস,  বুদ্ধ পূৰ্ণিমা – ছিকিম আৰু অন্যান্য ৰাজ্য

২৪ মে’ (মঙলবাৰ): কাজী নজৰুল ইছলামৰ জন্মদিন – ছিকিম

২৮ মে’ (শনিবাৰ): চতুৰ্থ শনিবাৰে বেংক বন্ধ

ধৰ্মীয় অনুষ্ঠানৰ আধাৰত বেংক বন্ধো নিৰ্ধাৰণ কৰা হয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি