--°C
Loading...
Listen to Article
2 min read
80%

২৭ আঘোন, মঙলবাৰ, ইং ১৪ ডিচেম্বৰ

১. মেষ ৰাশি (অ,ল) : মেষৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, লগতে যদিও আজি আপুনি সজাগ নহ'লে মেষৰ সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি( উ,ব,ই) : বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আৰক্ষী প্ৰশাসনৰ লগত জড়িত ব্যক্তি সকলৰ কৰ্মত শুভ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে বন্ধু লগত সামান্য মনোমালিন্য হ'ব পাৰে, লগতে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি ( ক,ছ) : মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব, উত্তম খাদ্য লাভ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য দুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।

৪. কৰ্কট ৰাশি( ড,হ) : কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত কৰ্মতক্ষেত্ৰত জনপ্ৰিয়তা বাঢ়িব, পাৰিবাৰিক সুখ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে প্ৰতাৰণাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ধন বাঢ়িব, সন্মান বাঢ়িব, কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, লগতে ৰোগাৰোগ্য হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত উদ্বিগ্নতা ভাৱ বাঢ়িব পাৰে, কৰ্মত সামান্য বিৰোধিতাৰ সন্মুখীন হ'ব পাৰে, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।

৭. তুলা ৰাশি (ৰ,ত): তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সন্মান লাভ হ'ব,আৰ্থিক দিশত শুভ হ'ব, প্ৰেমত শুভ হ'ব, লগতে কৰ্মত সফল হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত ব্যস্ত হোৱাৰ সুযোগ লাভ কৰিব, সমস্যাবোৰৰ সমাধান হ'ব , যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য নিৰাশাৰ ভাৱ বৃদ্ধি পোৱাৰ যোগ দেখা যায় ।

৯. ধনু ৰাশি (ধ,ভ): ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত গঠনমূলক কৰ্মত জড়িত হোৱাৰ সুযোগ লাভ কৰিব, ধন আগমন বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): মকৰ ৰাশি জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মতক্ষেতত উন্নতি হ'ব, গঠন মুল্যক কৰ্মত জড়িত হ'ব পাৰিব, লগতে কৰ্মত সফল হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত বিদ্যাৰ্থী সকলৰ শুভ হ'ব, লগত আজি আপোনাৰ কৰ্মবোৰ সামান্য জটিলতাৰ মাজেৰে সমাপণ হোৱাৰ যোগ দেখা যায়।

১২.মীন ৰাশি ( দ,চ) : মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত সামান্য জটিলতা বাঢ়িব পাৰে লগতে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post