--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বৃহস্পতিবাৰ, ১৭ ফেব্ৰুৱাৰী, ২০২২ মেষ ৰাশি- এই ৰাশিৰ জাকত-জাতিকাৰ মনত সুখ অনুভৱ কৰিব। ব্যৱসায়ত কঠোৰ পৰিশ্ৰম কৰিব লাগিব। উপাৰ্জন বৃদ্ধি। বন্ধুৰ সমৰ্থন লাভ । অতিৰিক্ত ব্যয়ৰ বাবে অসুবিধাত পৰিব পাৰে। স্বাস্থ্যৰ প্ৰতি সচেতন হওক। দূৰ ভ্ৰমণৰ যোগ আছে। বৃষ ৰাশি- এই ৰাশিৰ জাকত-জাতিকাৰ চাকৰিত উচ্চ পদবী লাভ কৰিব পাৰে। সামাজিক ক্ষেত্ৰত সন্মান লাভ । বৌদ্ধিক কামৰ সৈতে জড়িত সকলৰ উপাৰ্জন বৃদ্ধি পাব। কথা কওঁতে সংযমতা ৰক্ষা কৰি চলক। মিথুন ৰাশি- এই ৰাশিৰ জাকত-জাতিকাৰ আত্মবিশ্বাসৰ অভাৱ ঘটিব। ব্যৱসায়িক পৰিস্থিতি উন্নত হ’ব। এজন বন্ধুৰ সহায়ত নিযুক্তিৰ সুযোগ লাভ কৰিব পাৰে। জমা ধন হ্ৰাস হ’ব পাৰে। শৈক্ষিক কামত অসুবিধাৰ সন্মুখীন হব পাৰে। মাতৃৰ স্বাস্থ্যৰ দুৰ্বল হ’ব। মনত অপ্ৰয়োজনীয় চিন্তাই ক্ৰিয়া কৰিব পাৰে। কৰ্কট ৰাশি- এই ৰাশিৰ জাকত-জাতিকাৰ কথাৰে আনক আকৰ্ষণ কৰিব পাৰিব। স্বাস্থ্য সচেতন হোৱাৰ প্ৰয়োজন। উপাৰ্জন হ্ৰাস হোৱা স্বত্বেও, নতুন উপাৰ্জনৰ পথ প্ৰশস্ত হ’ব। দাম্পত্য জীৱন সুখৰ হ'ব। শৈক্ষিক কামত ব্যাঘাত হ’ব পাৰে। অতিৰিক্ত ব্যয় বৃদ্ধি পাব। সু-খবৰ লাভ কৰিব পাৰে। সিংহ ৰাশি- এই ৰাশিৰ জাকত-জাতিকাৰ মনত শান্তি আৰু সুখ থাকিব। চাকৰিত পদোন্নতিৰ পথ প্ৰশস্ত হ’ব। কামৰ পৰিসৰ বৃদ্ধি, উপাৰ্জন বৃদ্ধি হ’ব। বিদেশ ভ্ৰমণৰ যোগ। কামৰ ক্ষেত্ৰত যথেষ্ট পৰিশ্ৰম হ’ব। আজিৰ দিনটো বিশৃংখলতাৰ মাজেৰে অতিবাহিত হ'ব। কন্যা ৰাশি- এই ৰাশিৰ জাকত-জাতিকাৰ আজিৰ দিনটোত মানসিক সুখ লাভ কৰিব। পৰিয়ালৰ সৈতে ধৰ্মীয় স্থানলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। স্বাস্থ্যৰ যত্ন লওক। অতিৰিক্ত ব্যয় বৃদ্ধি পাব। কথাত নম্ৰতা থাকিব। কোনো চিন্তাই মনোকষ্ট দিব পাৰে। তুলা ৰাশি- এই ৰাশিৰ জাকত-জাতিকাৰ আজিৰ দিনটোত কলা বা সংগীতৰ কামত ব্যস্ততা বৃদ্ধি হ’ব পাৰে। শৈক্ষিক কামত সফলতা লাভ কৰিব। বন্ধুবৰ্গৰ সমৰ্থন লাভ কৰিব। বস্ত্ৰ আদিৰ ব্যয় বৃদ্ধি হ’ব পাৰে। পত্নীৰ স্বাস্থ্যৰ যত্ন লওক। বৃশ্চিক ৰাশি- এই ৰাশিৰ জাকত-জাতিকাৰ আজিৰ দিনটোত চাকৰিত বদলিৰ লগতে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। উচ্চ পদস্থ বিষয়াসকলৰ সহযোগিতা লাভ কৰিব। ভ্ৰমণৰ যোগ। বস্ত্ৰৰ ব্যয় বৃদ্ধি হ’ব পাৰে। কৰ্মক্ষেত্ৰত অনুকূল পৰিস্থিতি থাকিব। মানসিক চাপ অব্যাহত থাকিব পাৰে। আনৰ পৰা ঋণ লোৱাৰ পৰিকল্পনা পৰিহাৰ কৰক। ধনু ৰাশি- এই ৰাশিৰ জাকত-জাতিকাৰ আজিৰ দিনটোত মানসিক শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰক। বন্ধুৰ সহায়ত উপাৰ্জন বৃদ্ধি হ’ব পাৰে। পৰিশ্ৰমৰ মাত্ৰা বৃদ্ধি হ’ব। শিশুসকলৰ পৰা ভাল খবৰ থাকিব পাৰে। আত্মবিশ্বাস হ্ৰাস হ’ব। লাভৰ সুযোগ বৃদ্ধি। মকৰ ৰাশি- এই ৰাশিৰ জাকত-জাতিকাৰ আজিৰ দিনটোত আত্মবিশ্বাস বৃদ্ধি। অলসতাও বৃদ্ধি হ’ব পাৰে। পত্নীৰ স্বাস্থ্যৰ যত্ন লওক। বাহন ক্ৰয় আৰু মেৰামতিৰ নামত ব্যয় বৃদ্ধি পাব। স্বাস্থ্যৰ প্ৰতি সচেতন হওক। চাকৰিৰ পৰিসৰৰ সম্প্ৰসাৰণ হ’ব পাৰে। পৰিয়ালৰ সমৰ্থন লাভ কৰিব। কুম্ভ ৰাশি- এই ৰাশিৰ জাকত-জাতিকাৰ আজিৰ দিনটোত মনত সুখ থাকিব, কিন্তু আৱেগ নিয়ন্ত্ৰণ কৰক। বন্ধুৰ সহায়ত চাকৰিৰ সুযোগ পাব পাৰে। ভ্ৰমণৰ ব্যয় বৃদ্ধি হ’ব পাৰে। স্বাস্থ্যৰ যত্ন লওক। আত্মবিশ্বাস বৃদ্ধি পাব। ধৈৰ্য্য হ্ৰাস পাব। মানসিক সমস্যা বৃদ্ধি হ’ব। মীন ৰাশি- এই ৰাশিৰ জাকত-জাতিকাৰ আজিৰ দিনটোত স্বাস্থ্যৰ যত্ন লওক। ব্যয় অধিক হ’ব। শৈক্ষিক কামত মনোযোগ দিব। পৰিয়ালত ধৰ্মীয় কাৰ্যকলাপ থাকিব। মাতৃৰ পৰা ধন লাভ কৰিব পাৰে। স্ব-সংযত হোৱাৰ প্ৰয়োজন। পৰিয়ালৰ সমৰ্থন লাভ কৰিব। অপৰিকল্পিত ব্যয় বৃদ্ধি হ’ব পাৰে। মনটো অস্থিৰ হৈ থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ