--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভমেলাত সোমবাৰে বসন্ত পঞ্চমী উপলক্ষে দিনৰ ১২ বজালৈকে ১ কোটি ২৫ লাখৰো অধিক ভক্তই স্নান কৰে। ত্রিবেণী সংগম ঘাটত মহাকুম্ভমেলাৰ এইটো হৈছে তৃতীয়টো অমৃত স্নান। 

এই স্নানক মহাকুম্ভ মেলাৰ আটাইতকৈ পৱিত্ৰ বুলি গণ্য কৰা হয়। ভক্তসকলে আজি পুৱাৰ ভাগত
গংগা আৰতি কৰে। মহাকুম্ভমেলাৰ পৱিত্ৰ স্নানৰ ভিতৰত মকৰ সংক্রান্তিৰ দিনা, অর্থাৎ ১৪ জানুৱাৰীত আৰু ২৯ জানুৱাৰীত মৌনী অমাৱস্যাৰ দিনা কোটি কোটি লোকে পৱিত্ৰ স্নান কৰে। 

বিশ্বৰ সর্বাধিক ধর্মীয় জনসমাৱেশ হিচাপে পৰিগণিত হোৱা মহাকুম্ভমেলাত বর্তমানলৈ ৩৬ কোটিৰো অধিক লোকে পৱিত্ৰ স্নান কৰে। উত্তৰ প্ৰদেশ চৰকাৰে নিৰাপত্তাৰ দিশ সু-নিশ্চিত কৰাৰ বাবে মহাকুম্ভস্থলী যান-বাহনমুক্ত কৰি ৰাখিছে।



উৎসঃ দৈনিক জনমভূমি 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ