--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হিন্দু ধৰ্মত সোমবাৰ, শিৱৰাত্ৰি আৰু শাওণ মাহ মহাদেৱৰ বাবে বিশেষভাৱে উৎসৰ্গিত। ভোলেনাথক সন্তুষ্ট কৰিবলৈ ৰীতি-নীতি অনুসৰি পূজা কৰা হয়। প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী দিনা পালন কৰা হ'ব মহাশিৱৰাত্ৰি। 

ভোলেনাথক সন্তুষ্ট কৰিবলৈ শিৱভক্তসকলে ৰীতি-নীতি অনুসৰি পূজা কৰে। ইয়াৰ লগতে তেওঁৰ প্ৰিয় সামগ্ৰী যেনে-বেলপাত, আকন, ভাং আৰু ধাতুৰাও আগবঢ়োৱা হয়। কৈলাসপতিক ধতুৰা আগবঢ়োৱাৰ আঁৰত এটা পৌৰাণিক কাহিনী আছে। এই আমোদজনক আৰু ৰোমাঞ্চকৰ কাহিনীটোৰ বিষয়ে আমিও জানো আহক।

শিৱ মহাপুৰণৰ মতে এই বিশ্বব্ৰহ্মাণ্ডক ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিবলৈ ভগৱান শিৱই সাগৰৰ মন্থনৰ পৰা ওলোৱা বিহপান কৰিছিল। ভগৱান শিৱই এই বিহ তেওঁৰ ডিঙিৰ তললৈ যাবলৈ নিদিলে যাৰ বাবে তেওঁৰ ডিঙি নীলা হৈ পৰিল। ইয়াৰ বাবেই তেওঁ নীলকান্ত নামেৰে পৰিচিত হ’ল।

এই বিহৰ বাবে ভগৱান শিৱ যেতিয়া যন্ত্ৰণাত ছটফটাবলৈ ধৰিলে, যিটো দেখি আন দেৱ-দেৱীসকল চিন্তিত হৈ পৰিল। বিশ্বাস অনুসৰি ইয়াৰ পাছত আদিশক্তিয়ে আৱিৰ্ভাৱ হৈ বনৌষধি আৰু জলাভিষেকক ভগৱান শিৱক ৰক্ষা কৰিবলৈ উপদেশ দিছিল। ইয়াৰ পাছতেই যেতিয়া নীলকণ্ঠক ভাং আৰু ধতুৰা আদি বনৌষধি প্ৰদান কৰা হৈছিল আৰু অবিৰতভাৱে জলাভিষেক কৰা হৈছিল। ইয়াৰ ফলত ভগৱান শিৱৰ বিহ কমি আহিল আৰু তেওঁ সুস্থ হৈ উঠিল। তেতিয়াৰ পৰাই ভগৱান শিৱক ধতুৰা আৰু ভাং অৰ্পণ কৰাৰ পৰম্পৰা চলি আহিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মেৰাপানীত দোকানৰ পৰা ২০ হাজাৰ টকা চুৰি কৰা চোৰক উত্তম মধ্যম ৰাইজৰ
গুৱাহাটীত আজি ডুৰাণ্ড কাপৰ অন্তিম মেচ
ভাৰতত টি-২০ শৃংখলা খেলিব আফগানিস্তানে; দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেল
দেশত ৯ মাহ ধৰি বৃদ্ধি মুদ্রাস্ফীতি; খাদ্য-সামগ্ৰীৰ আকাশলংঘী দামৰ পৰিণতি
বৰপেটাত SP অফিচৰ সন্মুখতে চাঞ্চল্যকৰ চুৰিকাণ্ড! গেলামালৰ দোকানত চোৰৰ লুটপাট
কেৰালাত ৰহস্যজনক মৃত্যু মাৰ্ঘেৰিটাৰ যুৱকৰ; শোকত ভাগি পৰিছে পৰিয়াল
ৰাক্ষিতা ৰামৰাজে কোৰিয়া মাষ্টাৰ্ছৰ ছেমিফাইনেলত, অসমৰ অস্মিতা চলিহাৰ শীৰ্ষ বাছনিপ্ৰাপ্তক পৰাজয়
বানপীড়িতক সাহাৰ্য্য প্ৰদানত স্বচ্ছতাৰ বাবে আধাৰ সংযোগ বাধ্যতামূলক
বন্যা সাহায্যৰ নামত প্ৰৱঞ্চনা: CIDৰ ৰাডাৰত ৫০টা ছ'চিয়েল মিডিয়া একাউণ্ট
তিৱা ছাত্ৰ সন্থাৰ 'প্ৰজ্ঞা-১.০' অভিযান, এপিএছচিৰ বাবে মেধাৱী ছাত্ৰক সহায়ৰ লক্ষ্য
বিশ্বনাথত বানত প্ৰাণ হেৰুৱা পৰিয়াললৈ চৰকাৰী সাহায্য প্ৰদান
নগাঁৱত অবৈধ পশুধন কটা গৃহ উৎখাত, ২৮৫ কেজি সন্দেহযুক্ত গো-মাংস জব্দ; এজন গ্ৰেপ্তাৰ
প্ৰধানমন্ত্ৰী মোদীৰ 'গেট ৰেডি উইথ মি' আহ্বান: হস্তশিল্পক ডিজিটেল মঞ্চত উজ্বলোৱাৰ প্ৰয়াস, উত্তৰ-পূবৰ বাবে সুৱৰ্ণ সুযোগ
বানপানীৰ ক্ষতি জৰীপ আৰু সাহায্য বিতৰণ দ্ৰুত কৰিবলৈ অসম চৰকাৰৰ নতুন ম'বাইল এপ মুকলি