--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসম ক্ৰিকেট সন্থাই ৫ জানুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বিচিচিআই মহিলাৰ ২৩ বছৰ অনূৰ্ধ্ব টি-২০ প্ৰতিযোগিতাৰ প্ৰথম দুখন খেলৰ বাবে অসমৰ দলটোৰ লগতে অতিৰিক্ত খেলুৱৈ আৰু সহযোগী ষ্টাফৰ নাম প্ৰকাশ কৰিছে ।

খেলুৱৈসকল : উমা চেত্ৰী-(অধিনায়ক আৰু উইকেটকীপাৰ ), ৰশ্মি দে (উপ অধিনায়ক ), প্ৰিয়ংকা বৰুৱা, গায়ত্ৰী গুৰুং, মাইনা নৰহ ( উইকেটকীপাৰ ), খুছি শৰ্মা, মৌচুমী নৰহ, হেমলতা পায়েং, ফ্লৰিনা টায়ে, ৰীমা পেগু, শিৱানী বিষ্ণয়, মাইনী পায়েং, পাহাৰী শইকীয়া, ভাগ্যশ্ৰী বৰ্মন আৰু ডিম্পী ভূঞা ।

অতিৰিক্ত খেলুৱৈ : দিয়া বৰ্মন, বিংকিমনি শইকীয়া, সুনীতা ফুকন, প্ৰিয়ংকা দত্ত, মুস্কান মল্লিক, স্বস্তিকা গগৈ, সংগীতা শইকীয়া, চয়নিকা ডেকা, নিবেদিতা ডেকা আৰু জ্যোতি দেৱী ।

সহায়ক ষ্টাফ : মুখ্য প্ৰশিক্ষক: প্ৰীতম গান্ধে; প্ৰশিক্ষক : ঋতু ধ্ৰুব; ট্ৰেইনাৰ : জয়দীপ বৰুৱা; ফিজিঅ’: ড০ গীতা প্ৰিয়দৰ্শিনী বেজবৰুৱা; ক্ৰীড়া মনোবিজ্ঞানী : মীনাক্ষী ঘোষ; মালিচ থেৰাপিষ্ট  অনামিকা বৰ্মন দাস আৰু মেনেজাৰ: মেহদী মাছুদ আহমেদ ।

অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ