--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দিছপুৰত মই ৭ৰ পৰা ১২ হাজাৰ ভোটত বিজয়ী হ’ম, জয়ন্ত দাস দ্বিতীয় নম্বৰত আৰু প্ৰদ্যুৎ বৰদলৈ থাকিব তৃতীয় নম্বৰত বুলি মত প্ৰকাশ মীৰা বৰঠাকুৰৰ।

ডিজিটেল ডেস্ক: কাইলৈ অৰ্থাৎ ৪ মে’ত কৰা হ’ব অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা৷ এই সন্দৰ্ভত মত প্ৰকাশ কৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে৷ মীৰা বৰঠাকুৰে দিছপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে৷ কালি প্ৰকাশ পোৱা Exit Poll সম্পৰ্কে মীৰা বৰঠাকুৰে কয় যে-,


‘‘Exit Poll কেতিয়াও Exact Poll নহয়, চৰকাৰ আমাৰে হ’ব। ফলাফলৰ পূৰ্বে প্ৰকাশ পোৱা Exit poll কেৱল আমাৰ কৰ্মীসকলৰ মনোবল ভাঙিবলৈ কৰা হয়। 


exit pollএ হতাশ কৰা নাই আমাক। দিছপুৰত মই ৭ৰ পৰা ১২ হাজাৰ ভোটত বিজয়ী হ’ম, জয়ন্ত দাস দ্বিতীয় নম্বৰত আৰু প্ৰদ্যুৎ বৰদলৈ থাকিব তৃতীয় নম্বৰত। দিছপুৰত নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত দাসক ধন্যবাদ জনাইছোঁ 


’২৬ত গৌৰৱ গগৈয়ে হ’ব মুখ্যমন্ত্ৰী। প্ৰশান্ত ফুকন মোৰ দাদা কিন্তু তেওঁ কোৱা কথাবোৰ নিমিলে, প্ৰশান্ত ফুকনে কোৱা দৰে তিনি গগৈৰ এজনো পৰাজিত নহয়।’’


অসমৰ কেইজনমান গেৰুৱামুখী সাংবাদিকক চোকা সমালোচনা মীৰা বৰঠাকুৰৰ। ৰাতি লোকৰ Exit Poll লিখাতকৈ সাহস আছে যদি নিজে এবাৰ ৱাৰ্ড মেম্বাৰ পোষ্ট এটাত বিজয়ী হৈ দেখুৱাবলৈ আহ্বান এনে সাংবাদিকক।


’২৬ৰ নির্বাচনত বিজেপি একেবাৰে ধূলিস্যাৎ নহয় কিন্তু পৰাজয় নিশ্চিত বুলি মন্তব্য মীৰা বৰঠাকুৰৰ। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান