--°C
Loading...
Listen to Article
2 min read
80%

২০ আঘোণ, মঙলবাৰ, ইং ৭ ডিচেম্বৰ, ২০২১। 

মেষ ৰাশি - মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ৷ কৰ্মত যোগাযোগৰ সুযোগ লাভ কৰাৰ লগতে কৰ্মত সফল হোৱাৰ যোগ দেখা যায়। 


বৃষ ৰাশি - বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শত্ৰুৰ পৰা সাৱধান হ'ব৷ সঞ্চিত ধন ক্ষয় হ'ব পাৰে লগতে কৰ্ম, দেহ-মনত সামান্য কষ্ট বৃদ্ধি হোৱাৰ যোগ দেখা যায়৷


মিথুন ৰাশি - মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব৷ কৰ্মত সন্মান লাভ হ'ব, যদিও সজাগ নহলে মনত সামান্য খং ভাৱ বৃদ্ধিৰ যোগ দেখা যায় ।


কৰ্কট ৰাশি - কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ব্যৱসায়ত শুভ৷ আজি আপুনি সজাগ নহলে সামান্য মনোমালিন্য  হোৱাৰ যোগ দেখা যায়।


সিংহ ৰাশিৰ - সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত বিদ্যাৰ্থীসকলৰ শুভ৷ ঋণ আদায় হোৱাৰ সুযোগ লাভ৷ সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কন্যা ৰাশি- কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মত সফল৷ বন্ধু লাভ, লগতে  আজি আপোনাৰ আৰ্থিক দিশত শুভ হোৱাৰ যোগ দেখা যায়।


তুলা ৰাশি- তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ  আজিৰ দিনটোত খেলুৱৈসকলৰ শুভ৷ কৰ্মত ক্ষেত্ৰত সন্মান বৃদ্ধি৷ সজাগ নহলে সামান্য জতিলতা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ৷ সামান্য ব্যয় বাঢ়িব পাৰে৷ শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি  হোৱাৰ যোগ দেখা যায় । 


ধনু ৰাশি - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত উন্নতি হ'ব৷ আৰ্থিক দিশত শুভ৷ সকলো দিশতে সজাগ  হোৱাটো ভাল হ'ব। 


মকৰ ৰাশি - মকৰ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত চিন্তা বাঢ়িব পাৰে৷ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে লগতে আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হব।  


কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত আত্মীয়ৰ আগমন হ'ব৷ সজাগ নহলে সামান্য আৰ্থিক দিশত সমস্যা বাঢ়িব পাৰে৷ সজাগ নহলে সামান্য মিছা অপবাদ পাব পাৰে ।


মীন ৰাশি- মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ হ'ব৷ শত্ৰু নাশ হ'ব, যদিও আজি আপুনি কৰ্মত সামান্য সাহস কমিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি