--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • কোনো দিনে চকুপানীক প্ৰশয় নিদিয়া সাহিত্যিকজনক আজি হঠাৎ এনেকৈ দেখি সভাগৃহত সকলো আৱেগিক হৈ পৰে। ডিব্ৰুগড়ত নগেন শইকীয়াক অসম সাহিত্য সভাৰ প্ৰধুদ্ধ সন্মানট 'সদসি ৱৰেণ্য' সন্মান জ্ঞাপন কৰা অনুষ্ঠানত সাহিত্যিকগৰাকীক দেখা গ'ল এনে পৰিৱেশত।

ডিজিটেল ডেস্কঃ ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো।


সম্বোধিত অনুষ্ঠানত মন্তব্য আগবঢ়াই সামগ্ৰিক অসমীয়া সমাজৰ ভাঙোনমুখী পৰিবেশ পৰিস্থিতিৰ কথা কৈ চকুলো ওলাই আহিল বৰেণ্য সাহিক্যকগৰাকীৰ। অসমৰ সমাজ জীৱনৰ বাবে কাম কৰা প্ৰৱল ইচ্ছা থকাৰ পাছতো শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ থমকি ৰব লগীয় হোৱা কথা কৈ দাঙি ধৰা মন্তব্যৰ মাজতে কান্দি উঠে সাহিত্যিক নগেন শইকীয়াই।


কোনো দিনে চকুপানীক প্ৰশয় নিদিয়া সাহিত্যিকজনক আজি হঠাৎ এনেকৈ দেখি সভাগৃহত সকলো আৱেগিক হৈ পৰে। ডিব্ৰুগড়ত নগেন শইকীয়াক অসম সাহিত্য সভাৰ প্ৰধুদ্ধ সন্মানট 'সদসি ৱৰেণ্য' সন্মান জ্ঞাপন কৰা অনুষ্ঠানত সাহিত্যিকগৰাকীক দেখা গ'ল এনে পৰিৱেশত।


ডিব্ৰুগড় চহৰৰ চৌকীদিঙীত অৱস্থিত অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্য্যালয় ৰামেশ্বৰ লাল চহৰীয়া ভৱনত অসম সাহিত্য সভাৰ জৰিয়তে এই সন্মান জ্ঞাপন কৰে।


খোলে তালে উৰুলি আৰতিয়ে মুখৰিত মাংগলিক অনুষ্ঠানত মাজতে এই সন্মান জ্ঞাপন কৰে কৰা হয় সন্মানীয় নগেন শইকীয়াক।


অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামী সম্পাদক দেৱজিৎ বৰাসহ কেন্দ্ৰীয় সমিতিৰ সদস্য সকলৰ উপস্থিত অনুষ্ঠিত সম্বোধিত মাংগলিক অনুষ্ঠানত মাজেৰে এই সন্মান আগবঢ়ায় সাহিত্যিক নগেন শইকীয়ালৈ।


অনুষ্ঠানৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য , মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, সতী সাধনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলৰ লগতে ভিন্ন সমাজ সংগঠক, সাহিত্যিক, দল সংগঠনৰ প্ৰতিনিধি সকলো উপস্থিত থাকে।


ডিব্ৰুগড় আঞ্চলিক কাৰ্য্যালয়ৰ লগতে ডিব্ৰুগড় শাখা সাহিত্য সভাই গুৰি ধৰোঁতা এই অনুষ্ঠানত বহু শতাধিক ব্যক্তি উপস্থিত থাকি সাহিত্যিক নগেন শইকীয়াক সন্মান জনায়।


শাৰীৰিক অসুস্থতাৰ মাজতো এই অনুষ্ঠানত উপস্থিত থাকি আৱেগিক হৈ পৰে সাহিত্যিক নগেন শইকীয়া।


আৱেগভৰা কণ্ঠৰ মাজতে চকুলো নিগৰাই সভাত ভাষণ প্ৰদান কৰি সাহিত্যিক গৰাকীয়ে অসমীয়া ভাষা সাহিত্য সদায় জিলিকি থাকিম বুলি মন্তব্য দাঙি ধৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান