--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অসমীয়া ছবিৰ অভিলেখ ৰচি এদিনতেই ৮০০ টা প্ৰদৰ্শনী হোৱাৰ পিছতো বহুতেই নাপালে টিকট । একাংশ অনুৰাগীয়ে নিজৰ ঠাইৰ ছবিগৃহত টিকট নাপাই ঢাপলি মেলিলে আন জিলালৈ ।

ডিজিটেল ডেস্কঃ অসমৰ প্ৰতিটো ছবিগৃহৰ লগতে দেশৰ বিভিন্ন ঠাইত মুক্তিলাভৰ প্ৰথম দিনটোতেই প্ৰায় ৮০০ টা প্ৰদৰ্শনী হ'ল বহু প্ৰতীক্ষিত জুবিন গাৰ্গৰ ১৭ বছৰীয়া সাধনাৰ সপোনৰ প্ৰকল্পৰ। 


অসমীয়া ছবিৰ অভিলেখ ৰচি এদিনতেই ৮০০ টা প্ৰদৰ্শনী হোৱাৰ পিছতো বহুতেই নাপালে টিকট । একাংশ অনুৰাগীয়ে নিজৰ ঠাইৰ ছবিগৃহত টিকট নাপাই ঢাপলি মেলিলে আন জিলালৈ ।


মৰমৰ শিল্পীগৰাকীৰ জীৱনৰ অন্তিমখন ছবি উপভোগ কৰিবলৈ কেইগৰাকীমান যুৱকে ক'ৰ পৰা ক'লৈ গ'ল সেয়া জানিলে আপুনিও হ'ব আচৰিত । যুৱককেইজনৰ ঘৰ তেজপুৰত । তেওঁলোকে সংগীতৰ মহানায়কৰ জীৱনৰ অন্তিমখন ছবি 'ৰৈ ৰৈ বিনালে' উপভোগ কৰিব বিচাৰিছিল তেজপুৰত । কিন্তু তেজপুৰৰ কোনো এটা ছবিগৃহতেই এসপ্তাহলৈকে পাবলৈ নাই টিকট । অনলাইন, অফলাইন ক'তো টিকট নাপাই হতাশ নহৈ সন্ধান কৰিলে আন জিলাত । সাতজন জুবিন অনুৰাগীৰ ভাগ্য় আছিল ভাল । তেওঁলোকে বুক মাই শ্ব'ত টিকট বিচাৰি পালে ডিমা হাছাও জিলাৰ হাফলঙৰ হামৰিংডি ছবিগৃহত ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন