--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • স্কুলৰ জিৰণিৰ সময়ত ছাত্ৰ-ছাত্ৰী, শিক্ষকৰ মাজতো মিঠাই বিতৰণ ন বিধায়কগৰাকীৰ। মিঠা মুখেৰে যেন পৰিৱৰ্তনৰ যাত্ৰাৰ বাবে সাজু হৈছে ধিং সমষ্টিবাসী।

ডিজিটেল ডেস্ক: বিধানসভা নিৰ্বাচনৰ ফলাফলৰ আনন্দ উল্লাস এতিয়াও অব্যাহত আছে ধিং সমষ্টিত। ফলাফলৰ পাছত স্কুলৰ ছাত্ৰ-ছাত্ৰীকে ধৰি জুম্মাৰ নামাজীৰ মাজত ন বিধায়কৰ মিঠাই বিতৰণ।


অসমৰ ৰাজনীতিত পৰিৱৰ্তনৰ জ্বৰে তচনচ কৰিলে এ আই ইউ ডি এফৰ ভেটি। এ আই ইউ ডি এফৰ ২০ বছৰীয়া ৰাজত্বৰ অৱসান ঘটাই প্ৰাক্তন সাংবাদিক মেহবুব মুক্তাৰক দিছপুৰলৈ নিৰ্বাচিত ধিং সমষ্টিবাসীৰ। বিৰোধী মিত্ৰ-জোটৰ হৈ ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীক প্ৰায় ৭২ হাজাৰ ভোটত জয়ী হয়। প্ৰাৰ্থীগৰাকীৰ জয়ৰ পাছৰ পৰাই ধিং সমষ্টিত মিঠাইৰ বৰষুণ। 


ৰিজাল্ট ঘোষণাৰ দিন ধৰি বিভিন্ন স্থানত মিঠাই বিতৰণ। ন বিধায়কৰ মিঠাই খাইছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পৰা জুম্মাৰ নামাজীলৈ সকলোৱে। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছৰ প্ৰথমটো জুম্মাৰ নামাজত অংশগ্ৰহণ কৰি দুই সহস্ৰাধিক নামাজীৰ মাজত মিঠাই বিতৰণ বিধায়ক মেহবুব মুক্তাৰৰ। স্কুলৰ জিৰণিৰ সময়ত ছাত্ৰ-ছাত্ৰী, শিক্ষকৰ মাজতো মিঠাই বিতৰণ ন বিধায়কগৰাকীৰ। মিঠা মুখেৰে যেন পৰিৱৰ্তনৰ যাত্ৰাৰ বাবে সাজু হৈছে ধিং সমষ্টিবাসী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান