--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিউয়ৰ্ক টাইম ট্ৰেভেলে ২০২৫ চনত ভ্ৰমণ কৰিবলগীয়া ৫২টা স্থানৰ তালিকা প্ৰস্তুত কৰিছে। উল্লেখযোগ্য যে ৫২ টা গন্তব্যস্থানৰ তালিকাত অসমে চতুৰ্থ স্থান দখল কৰিছে। অসম ভ্ৰমণৰ কেইটামান কাৰণ চাওঁ আহক।

The Charaideo Moidams, a 700-year-old burial mound system from Assam's Ahom dynasty is on UNESCO's World Heritage List. They are also called the ‘Pyramids of Assam.' (PC: Directorate of Archaeology, Government of Assam)

চৰাইদেউ মৈদামঃ অসমৰ আহোম বংশৰ ৭০০ বছৰীয়া সমাধিৰ টিলা চৰাইদেউ মৈদামক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত ৰখা হৈছে । 

The list featured a picture of the Kamakhya Temple, located in Guwahati. It is one of the oldest among the 51 Shakti Peeths. The temple is unique as it has no idol of the Goddess, which is generally the case in most Hindu temples. Instead, a natural stone in the shape of a yoni (female genital) is worshipped. The temple also celebrates the menstrual cycle of the Goddess.(PC: Shutterstock)

কামাখ্যা মন্দিৰঃ অসমৰ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত হিন্দু ধৰ্মৰ প্ৰাচীন মন্দিৰ কামাখ্যা মন্দিৰ সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে এটি জনপ্ৰিয় স্থান ৷ বহুকেইটা মন্দিৰৰ লগতে নীলাচল পাহাৰৰ সৌন্দৰ্যতা সঁচাকৈ আচৰিত ৷ পাহাৰৰ পৰা পৰিলক্ষিত হোৱা ব্ৰহ্মপুত্ৰ তথা প্ৰাকৃতিক সৌন্দযৰ্তাই প্ৰতিগৰাকী দৰ্শনাৰ্থীৰে আপ্লুত কৰে ৷
Chandubi Lake


চানডুবি বিলঃ চানডুবি বিল হৈছে অসমৰ কামৰূপ জিলাৰ ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ এলেকাত অৱস্থিত এখন প্ৰাকৃতিক বিল ৷ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এই বিলৰ দুইপাৰে বনভোজৰ বাবে স্থান আছে । প্ৰতিবছৰে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত চানডুবি উৎসৱ অনুষ্ঠিত হয় । এই উৎসৱত স্থানীয় লোকসকলে পৰম্পৰাগত নৃত্য আৰু খাদ্য পৰিবেশন কৰে ৷ 

Kaziranga National Park - Wikipedia

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানঃ এশিঙিয়া গড়ৰ বাবে বিশ্ববিখ্যাত কাজিৰঙা৷ এই স্থানৰ সৌন্দৰ্য উপভোগ কৰিবলৈ দেশী-বিদেশী পৰ্যটকৰ সমাগম ঘটিছে ৷ বিভিন্ন প্ৰজাতিৰ পখিলাৰ ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে দেশৰ ভিতৰত এক অন্যতম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে । 

Sonapur Guwahati, Tourism in Sonapur, Sonapur Tourist Place

সোণাপুৰঃ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিগাৰু নদীৰ কাষতে অৱস্থিত এই স্থান প্ৰাকৃতি সৌন্দৰ্যৰে ভৰপূৰ ৷ বৰ্তমান এসময়ত সোণাপুৰৰ আশে-পাশে দেখিবলৈ পোৱা প্ৰাকৃতিক দৃশ্য আৰু সৰিয়হৰ খেতিৰ সৌন্দৰ্যতা সঁচাকৈ অতুলনীয় ৷ ইয়াৰ সমীপত থকা বহুকেইটা জলপ্ৰপাত আছে ৷











FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ