--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নখৰ(Nail) ওপৰতো নিৰ্ভৰ কৰে মানুহৰ স্বাস্থ্য। নখৰ পৰিৱৰ্তনেও সূচায় আপোনাৰ শাৰীৰিক অৱস্থা বৰ্তমান কেনে। কলেষ্টেৰল(Cholesterol) বেছি হ'লে শৰীৰত বহুতো পৰিৱৰ্তন হয় কিন্তু আপুনি জানেনে যে ইয়াৰ প্ৰভাৱ নখৰ ওপৰতো পৰে। অৰ্থাৎ আপোনাৰ নখবোৰ চাই আপুনি জানিব পাৰে যে আপোনাৰ শৰীৰত কলেষ্টেৰলৰ পৰিমাণ ঠিক আছে নে নাই। আপোনাৰ নখৰ ৰং সলনি হ'লে আপুনি সাৱধান হোৱা দৰকাৰ। নখৰ পৰিৱৰ্তনবোৰৰ বিষয়ে জানো আহক-  

১)নখ হালধীয়া হোৱা 

যদি আপোনাৰ নখবোৰ হালধীয়া হৈ পৰিছে, তেন্তে আপুনি অলপ সতৰ্ক হ'ব লাগিব, কিয়নো ই বুজায় যে শৰীৰত কলেষ্টেৰলৰ স্তৰ বৃদ্ধি হবলৈ ধৰিছে। আৰু ই বুজায় যে আপোনাৰ ৰক্ত সঞ্চালন সঠিকভাৱে হোৱা নাই, যাৰ ফলত নখবোৰো ফাটিবলৈ আৰম্ভ কৰে আৰু নখৰ বিকাশো বন্ধ হয়। 

২)হাতত জিনজিননি হোৱাৰ অনুভৱ

আপুনি হাতত জিনজিননি অনুভৱ কৰে নেকি। যদি আপুনি বাৰে বাৰে জিনজিননি অনুভৱ কৰে তেন্তে সতৰ্ক হ'ব, কিয়নো ই উচ্চ কলেষ্টেৰলৰ লক্ষণ।  দৰাচলতে মেদবহুলতা আৰু কলেষ্টেৰল বৃদ্ধিৰ ফলত হাতত জিনজিননি হয়। 

৩) নখ ফাটি যোৱা

যদি আপোনাৰ নখ বাৰে বাৰে ফাটি ফাটি যায় তেন্তে বুজিব যে আপোনাৰ শৰীৰত কলেষ্টেৰলৰ স্তৰ অধিক হৈছে।


কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাৰ উপায়

-প্ৰথমতে আপুনি আপোনাৰ জীৱনশৈলী সলনি কৰিব লাগিব আৰু এই সময়ছোৱাত আপুনি আহাৰত সেউজীয়া পাচলি খাব লাগিব।

-অধিক ফল খাব, ই শাৰীৰিক কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখিব।

-প্ৰতিদিনে ব্যায়াম কৰাটো অভ্যাস কৰক। ই আপোনাৰ শৰীৰটো সুস্থ ৰাখিব। কলেষ্টেৰলৰ স্তৰ সঠিক মাত্ৰাত ৰাখিব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ