--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পহলগাম কাণ্ডৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাই চৰম সীমা পোৱাৰ পিছতো সন্ত্রাসবাদীৰ পৃষ্ঠপোষক ইছলামাবাদ শান্ত হোৱা নাই। নতুন দিল্লীক যুদ্ধৰ বাবে উচতোৱাৰ বাবে চেষ্টাৰ কোনো ত্রুটি ৰখা নাই দেশখনৰ আইন-প্রণয়নকাৰীসকলে। 

শেহতীয়াকৈ পাকিস্তানৰ সাংসদ পলবাশ্বা মহম্মদ জেই খানে ভাৰতৰ আভ্যন্তৰীণ বিষয়ত মন্তব্য দি পৰিস্থিতি পুনৰ উত্তপ্ত কৰি তুলিছে। সাংসদ গৰাকীয়ে কৈছে যে অযোধ্যাত অতি সোনকালে পাকিস্তানী সেনাৰ জোৱানসকলে নতুন বাবৰি মছজিদ নিৰ্মাণ কৰিব আৰু সেই নতুন মছজিদৰ নিৰ্মাণ কাৰ্যৰ প্ৰথম টুকুৰা ইটা পাকিস্তানী সেনাই দিব। 

ইয়াৰ লগতে পাকিস্তানী সেনাৰ মূৰব্বী আছীম মুনীৰে নৱনির্মিত মছজিদত প্রথমটো আজান দিব। 

পাকিস্তানী সাংসদগৰাকীৰ এই মন্তব্যই সমগ্ৰ ভাৰততে তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ