--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আপুনি পাকঘৰত কৰা কেতবোৰ ভুলৰ বাবে কৰ্কট ৰোগৰ দৰে ভয়াৱহ ৰোগৰ আশংকা বৃদ্ধি হ'ব পাৰে। কিয়নো আমাৰ দৈনন্দিন আহাৰত অন্তৰ্ভুক্ত বস্তুৰ মানদণ্ডই আমাৰ স্বাস্থ্যক যথেষ্ট প্ৰভাৱিত কৰে ৷ 

কিছু সামগ্ৰী খোৱাৰ ভুলৰ বাবে আমাৰ বহু মাৰাত্মক ৰোগ হ'ব পাৰে। খাদ্য খোৱাৰ ভুলৰ বাবে বৰ্তমান সময়ত কলেষ্টৰেল, ডায়েবেটিচ, থাইৰয়ড, কৰ্কট, মেদবহুলতা আদিৰ দৰে ৰোগৰ আশংকা বৃদ্ধি পাইছে ৷ যিয়ে মৃত্যুৰ কাৰণ হ'ব পাৰে। এতিয়া জানো আহক আপুনি কৰা কি ভুলে কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে - 

১) প্লাষ্টিকৰ পাত্ৰত খাদ্য ৰাখিলে- বৰ্তমান সময়ত প্লাষ্টিক সামগ্ৰী ব্যৱহাৰে আমাৰ সকলোৰে জীৱনলৈ ডাঙৰ বিপদ কঢ়িয়াই অনা পৰিলক্ষিত হৈছে। প্লাষ্টিকৰ বাচনত গৰম খাদ্য ৰাখিলে  প্লাষ্টিকত থকা ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থবোৰ আমাৰ শৰীৰত প্ৰৱেশ কৰে, যিয়ে কৰ্কট ৰোগৰ কাৰক হিচাপে দেখা দিয়ে ৷

২) প্লাষ্টিকৰ বটলত পানী খালে- খনিজ পানীৰ পৰা শীতল পানীয়লৈ, এই সকলোবোৰ বৰ্তমান প্লাষ্টিকৰ বটলত উপলব্ধ ৷আচলতে, প্লাষ্টিকৰ বটলত পানী খালে পাকস্থলী আৰু অন্ত্ৰ ক্ষতিগ্ৰস্ত হ'ব পাৰে ৷ যিয়ে কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে ৷


৩) পোৰা খাদ্য খালে- খাদ্য পুৰি যোৱাৰ পাছত খাদ্যত এক্ৰিলামাইড নামৰ এক ৰাসায়নিক পদাৰ্থ উৎপন্ন হয়, যি খাদ্যত মিহলি হৈ পাকস্থলী পায়গৈ ৷ এই ৰাসায়নিক পদাৰ্থৰ ফলত কৰ্কট ৰোগ হ'ব পাৰে ৷ 

৪) অ'ভেনত খাদ্য গৰম কৰিলে- অ'ভেনত খাদ্য গৰম কৰাটো এক ক্ষতিকাৰক বিপজ্জনক ৰাসায়নিক 
পদাৰ্থ উৎপন্ন হয়, যিয়ে আমাৰ শৰীৰৰ ভিতৰলৈ প্ৰৱেশ কৰে ৷ আৰু কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে ৷

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ