--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এয়া বহাগৰ বতৰ। ৰঙালীৰ আনন্দত মতলীয়া প্ৰতিজন অসমীয়া। এনে সময়তে আহি পালে নতুন বৰ্ষৰ প্ৰথমটো অমাৱস্যা। 

নতুন বছৰৰ প্ৰথমটো অমাৱস্যা ২৭ এপ্ৰিল দেওবাৰে পৰিছে। এই অমাৱস্যাৰ সময়ত কি কৰিলে দোষ দূৰ হ'ব। অমাৱস্যাৰ সময়ত প্ৰাৰ্থনা আৰু পূজা কৰিলে পিতৃ দোষ বা পূৰ্বপুৰুষৰ ঋণ লাঘৱ হয় বুলি বিশ্বাস কৰা হয়।

এই অমাৱস্যাত ভক্তসকলে উপবাসে থকাৰ লগতে আধ্যাত্মিক সচেতনতা বৃদ্ধি আৰু অভ্যন্তৰীণ শান্তি লাভৰ বাবে ধ্যান আৰু মন্ত্ৰ জপ কৰা পৰিলক্ষিত হয়। অমাৱস্যাৰ দিনটোত আৰ্তজনক খাদ্য, বস্ত্ৰ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী দান কৰিলে কালসৰ্প দোষ দূৰ কৰিব পাৰি।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ