--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কাশ্মীৰৰ পহলগামত সন্ত্রাসবাদীৰ আক্ৰমণৰ বিষয়ত শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয় কংগ্ৰেছে। কংগ্রেছে অভিযোগ কৰে যে পহলগামত ২৬জন নিৰীহ লোকক হত্যা কৰাৰ ১০ দিন পাৰ হৈ যোৱাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে প্ৰতিশোধ কল্পে একো ব্যৱস্থা গ্রহণ কৰা নাই। 

শুকুৰবাৰে কংগ্ৰেছ ৱর্কিং কমিটীৰ (চি ডব্লিউ চি) বৈঠকৰ সময়ত কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন
খর্গেই কয় যে পহলগামত বৰ্বৰ আক্ৰমণৰ পাছত প্রতিশোধ কল্পে লোৱা ব্যৱস্থাৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ কোনো স্পষ্ট কৌশল কংগ্রেছে প্রত্যক্ষ কৰা নাই। 

পাকিস্তানক এশিকনি দিবলৈ আৰু সন্ত্রাসবাদক নির্মূল কৰিবলৈ এখন ৰাষ্ট্ৰ হিচাপে আমাৰ সংঘবদ্ধ প্রচেষ্টা প্ৰদৰ্শন কৰাৰ এয়া উচিত সময় বুলি খর্গেই কয়। পহলগামত আক্ৰমণটোৰ মূল ষড়যন্ত্রকাৰী আৰু সন্ত্রাসবাদীবোৰে তেওঁলোকৰ বৰ্বৰ কাৰ্যৰ বাবে পৰিণাম ভুগিবই লাগিব বুলি খগেই কয়। আনহাতে, চি ডব্লিউ চিৰ বৈঠকত পহলগামত সন্ত্রাসবাদীৰ আক্ৰমণৰ বাবে নিৰাপত্তা ব্যৱস্থা আৰু চোৰংচোৱাৰ ব্যৰ্থতাৰ কথা পুনৰ দোহাৰে।

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ